• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Life story of Guns N’ Roses

Life story of Guns N’ Roses

4 months ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

28 minutes ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

53 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

4 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

6 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Life story of Guns N’ Roses

অসমলৈ আহি আছে Guns N' Roses

editor by editor
June 8, 2026
in বিনোদন, বিবিধ, বিশ্ব, লেখা, সংগীত
0
Life story of Guns N’ Roses
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰীড়া, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে উত্তৰ পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী এতিয়া বিশ্বৰ মানচিত্ৰত লাহে লাহে এটা চিনাকি নামলৈ পৰিণত হ’বলৈ ধৰিছে। পোষ্ট মেলনৰ দৰে বিশ্বমানৰ সংগীত শিল্পীৰ পিছত এইবাৰ গুৱাহাটীলৈ আহিব প্ৰখ্যাত মাৰ্কিন বেণ্ড Guns N’ Roses। সকলো ঠিকে ঠাকে থাকিলে চলিত বৰ্ষৰ ১৭ নৱেম্বৰত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠান পৰিৱেশন কৰিব Guns N’ Roses বেণ্ডটোৱে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াযোগে নিশ্চিতি কৰিছে এই খবৰ।

কেনেকৈ প্ৰতিষ্ঠা হৈছিল Guns N’ Rosesৰ?

বিশেষকৈ ৮০ৰ দশকত সমগ্ৰ বিশ্বত খলকনি তোলা Guns N’ Roses আমেৰিকাৰ লজ এঞ্জেলছৰ দুটা স্থানীয় বেণ্ড হলীউড ৰ’জ আৰু LA GUNSৰ মিশ্ৰণ। সংগীতশিল্পী এক্সেল ৰ’জ, স্লেছ, ইজি ষ্ট্ৰেডলিন, ডফ মেককগান আৰু ষ্টিভন এড্লাৰৰ সামূহিক প্ৰচেষ্টাত ১৯৮৫ত জন্ম হৈছিল Guns N’ Roses। এই বেণ্ডটোৰ মুখ্য কণ্ঠশিল্পীৰ দায়িত্ব লৈছিল এক্সেল ৰ’জে। ১৯৮৭ত বেণ্ডটোৱে তেওঁলোকৰ প্ৰথমটো এলবাম Appetite for Destruction মুকলি কৰে। প্ৰথমটো এলবাম মুকলি কৰিয়েই বিশ্বৰ সংগীতপ্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয় Guns N’ Roses-এ। বিশ্বৰ বাণিজ্যিক ৰক সংগীত ইতিহাসত সৰ্বাধিক বিক্ৰী হোৱা অভিষেক এলবামত পৰিণত হয় Guns N’ Rosesৰ Appetite for Destruction. এলবামটোত সন্নিৱিষ্ট Sweet Child O, Welcome to the Jungle, Paradise Cityৰ দৰে গানসমূহ এতিয়াও বহুলভাৱে সমাদৃত।

Guns N’ Rosesৰ বিবাদ আৰু বিচ্ছেদ

ধাৰাবাহিক সফলতাৰ পিছতো বিভিন্ন বিতৰ্কত নিজৰ নাম সাঙোৰ খোৱা, ড্ৰাগছৰ প্ৰতি আসক্তি আৰু বেণ্ডটোৰ সদস্যকেইজনৰ মাজত হোৱা মনোমালিন্যৰ ফলশ্ৰুতিত ৯০ দশকৰ মধ্যভাগত স্লেছ আৰু ডফ মেককগানে Guns N’ Roses এৰিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বে ১৯৯১ত Use Your Illusion I & II নামৰ আন এটা ছুপাৰহিট এলবাম বিশ্বৰ সংগীত অনুৰাগীসকলক উপহাৰ দিয়ে কেলিফৰ্নিয়াৰ এই বেণ্ডটোৱে। স্লেছ আৰু ডফ মেককগানৰ পৰা বিচ্ছেদ হৈ এক সুদীৰ্ঘ সময় এক্সেল ৰ’জে নতুন নতুন শিল্পীক লগত লৈ Guns N’ Roses বেণ্ডটো চলাই যায়। ২০১৬ত বেণ্ডটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সংগীত শিল্পী এক্সেল ৰ’জে সমগ্ৰ বিশ্বত Not in This Lifetime.. নামৰ এক সংগীতৰ যাত্ৰা আৰম্ভ কৰে। সংগীতৰ এই যাত্ৰাৰ মধ্যভাগতে এক্সেল ৰ’জক পুনৰ সংগ দিয়ে স্লেছ আৰু ডফ মেককগানে। ইয়াৰ পিছতে Guns N’ Roses-এ পুনৰ যেন হেৰুওৱা ছন্দলৈ ঘূৰি আহে। Guns N’ Rosesৰ Not in This Lifetime… শীৰ্ষক সংগীতৰ বিশ্বযাত্ৰাটো ৰক সংগীত ইতিহাসৰ অন্যতম সফল আৰু সৰ্বাধিক উপাৰ্জন কৰা সংগীত যাত্ৰাত পৰিণত হয়।

এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24guns n roses
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
Next Post
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

ভাৰতক লৈ সুৰ সলনি চীনৰ, 'চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে'

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.