• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

1 hour ago
DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

3 minutes ago
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

2 hours ago
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

4 hours ago
Life story of Guns N’ Roses

Life story of Guns N’ Roses

5 hours ago
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

6 hours ago
মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

8 hours ago
ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

9 hours ago
গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

10 hours ago
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

11 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

11 hours ago
চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

অশ্বিন-জাদেজাৰ সঠিক Replacement হ'ব নেকি মানৱ সুথৰ?

editor by editor
June 8, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত, লেখা
0
৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্ট ক্ৰিকেটৰ পৰা ৰবিচন্দ্ৰন অশ্বিনে বিদায় লোৱাৰ সমান্তৰালভাৱে আঘাতৰ সমস্যাৰ বাবে জাদেজাৰ অনুপস্থিতিৰ সুযোগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা মানৱ সুথৰে সুদীৰ্ঘ ৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰি দেখুৱালে। আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্টখনৰ বাবে দলত স্থান লাভ কৰা বাওঁহতীয়া স্পীনাৰজনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সপোনৰ আৰম্ভণি ঘটাবলৈ সক্ষম হৈছে। তুলনামূলকভাৱে দুৰ্বল আফগানিস্তানৰ বেটিং লাইনআপক কোঙা কৰি নিজৰ কেৰিয়াৰৰ প্ৰথমখন টেষ্টতে মানৱ সুথৰে দখল কৰে ৭টাকৈ উইকেট। ১৯৮৮ চনৰ পৰা এই পৰ্যন্ত যিকোনো ভাৰতীয় বলাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিষেক মেচত এয়া শ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে ১৯৮৮ৰ নৱেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নৰেন্দ্ৰ হিৰৱানীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত ৬১ৰানৰ বিনিময়ত দখল কৰিছিল ৮টাকৈ উইকেট। কেৱল এয়াই নহয় মেচখনৰ দ্বিতীয় ইনিংছতো পুনৰ ৮টা উইকেট দখল কৰিছিল হিৰৱানীয়ে।

মানৱ সুথৰৰ বাবে এয়া সুৱৰ্ণ সুযোগ

ইতিমধ্যে ৰবিচন্দ্ৰন অশ্বিনে সকলো ফৰ্মেটৰ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ উপৰিও ৰবীন্দ্ৰ জাদেজায়ো এতিয়া কেৰিয়াৰৰ বিদায় বেলাত উপনীত হৈছে। এই দুগৰাকী কিংবদন্তী অলৰাউণ্ডাৰৰ স্থান লোৱাৰ বাবে এক দীঘলীয়া পৰিক্ৰমা পাৰ কৰিব লাগিব যদিও টীম ইণ্ডিয়াত ক্ৰিকেটাৰ দুগৰাকীৰ খালী হোৱা স্থান পূৰণৰ এয়াই হয়টো হ’ব পাৰে আৰম্ভণি। তাৰ বাবে বল আৰু প্ৰয়োজনত বেটেৰেও মানৱ সুথৰে দেখুৱাব লাগিব সুন্দৰ প্ৰদৰ্শন। কিয়নো দীৰ্ঘদিনৰ পৰা ৱাশ্বিংটন সুন্দৰে ভাৰতৰ টেষ্ট দলটোত আছে যদিও শেহতীয়াকৈ বলতকৈ বেটেৰেহে কিছু প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে সুন্দৰে। ইপিনে কুলদ্বীপ যাদৱেও শেহতীয়াকৈ নিজৰ নামৰ বিপৰীতে বিশেষকৈ টেষ্ট ক্ৰিকেটত দেখুৱাব পৰা নাই উন্নত প্ৰদৰ্শন। সমান্তৰালভাৱে বেটিঙৰ দিশেৰে দলক সহায় কৰাৰ দৃষ্টিকোণেৰেও প্ৰতিযোগিতাত কুলদ্বীপ যাদৱতকৈ অনাগত দিনত নিঃসন্দেহে মানৱ সুথৰ আগত থাকিব। টেষ্ট ক্ৰিকেটত স্থান লাভৰ বাবে ঘৰুৱা ক্ৰিকেটত যে ধাৰাবাহিক উন্নত প্ৰদৰ্শন আগবঢ়োৱাটো যে নিত্যান্তই প্ৰয়োজনীয় তাকে প্ৰমাণ কৰি দেখুৱাইছে মানৱ সুথৰে। মানৱ সুথৰে এই পৰ্যন্ত ২৯খন প্ৰথম শ্ৰেণীৰ মেচত ২৫.৭৭ গঢ়ে দখল কৰিছে ১২৯টা উইকেট। আনহাতে প্ৰথম শ্ৰেণীত বেটেৰেও মানৱে এটা শতক আৰু ৫টা অৰ্ধশতকসহ নিজৰ নামত সংগ্ৰহ কৰিছে ৯৪৫ ৰান।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?
বিনোদন

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

June 8, 2026
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ
জীৱনশৈলী

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

June 8, 2026
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’
বিশ্ব

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

June 8, 2026
Life story of Guns N’ Roses
বিনোদন

Life story of Guns N’ Roses

June 8, 2026
Next Post
DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.