• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

4 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

2 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

3 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

3 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

3 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

4 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

5 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

6 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

8 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

সীমান্তৰ নন্দীৰচৰ অঞ্চলত তীব্ৰ উত্তেজনা

editor by editor
June 10, 2026
in উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
অসম আৰু পশ্চিমবংগত নতুনকৈ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অসমত চিনাক্ত হোৱা অবৈধ বাংলাদেশীক PUSHBACK পদ্ধতিৰে বাংলাদেশলৈ পঠিওৱাৰ হুংকাৰ দিছিল। একেই PUSHBACK পদ্ধতিৰে আজি মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰে চিনাক্ত হোৱা অবৈধ বাংলাদেশীক দেশখনলৈ পঠিওৱাৰ সময়তে সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ নন্দীৰচৰস্থিত ভাৰত-বাংলাদেশ সীমান্তত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। অভিযোগ অনুসৰি, অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক BSS-এ আটক কৰি পুনৰ বাংলাদেশলৈ উভতাই পঠিয়ায়। কিন্তু PUSHBACK পদ্ধতিৰে দেশখনলৈ উভতাই পঠিওৱাৰ পিছতে বাংলাদেশ সীমান্তৰক্ষী বাহিনী চমুকৈ BGB আৰু স্থানীয় বাংলাদেশী নাগৰিকসকলে লোকজনক গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। লোকজন বর্তমান সীমান্তৰ কাঁইটীয়া তাঁৰৰ সিপাৰে আবদ্ধ অৱস্থাত আছে যদিও স্থানীয় লোকে দেশখনৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিবলৈ দিয়া নাই লোকজনক।

অভিযুক্ত লোকজন প্ৰকৃততে কোন দেশৰ নাগৰিক?

সূত্ৰ অনুসৰি, লোকজনে নিজেই বাংলাদেশী নাগৰিক বুলি ইতিমধ্যে স্বীকাৰ কৰিছে কিন্তু তাৰ পাছতো বাংলাদেশৰ ফালৰ পৰা তেওঁক চমজি লবলৈ মান্তি নোহোৱা ঘটনাই সীমান্তৱৰ্তী নন্দীৰচৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, লোকজন অবৈধভাৱে মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে। BSF-এ তেওঁক আটক কৰি নিয়ম অনুসৰি উভতাই পঠিওৱাৰ পাছতেই এই পৰিস্থিতিৰ উদ্ভৱ হয়। ভাৰত-বাংলাদেশ সীমান্তৰ ১০৮২ নম্বৰৰ সীমান্ত চিহ্নৰ ওচৰত বৰ্তমানেও পৰিস্থিতি উত্তপ্ত হৈ আছে। সীমান্তৰ সিপাৰে বাংলাদেশৰ জামালপুৰ জিলাৰ বক্সিগঞ্জ উপজিলাৰ কামালপুৰ অঞ্চলত পৰে এলেকাত পৰে সীমান্তৰ এই ১০৮২ নং পিলাৰ। বাংলাদেশী নাগৰিকজনক নিজৰ দেশলৈ নিয়াৰ পৰিৱৰ্তে স্থানীয় সীমান্তৱৰ্তী লোকে পুনৰাই ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ যো-জা চলাই থকা বুলি জানিব পৰা গৈছে
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Indo Bangladesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল'বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.