• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

4 days ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

2 minutes ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

56 minutes ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

2 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

3 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

4 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

6 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

18 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

19 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

20 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

সন্ত্ৰা*সবাদীৰ পৃষ্ঠপোষক পাকিস্তান এতিয়া পানীৰ অভাৱত জৰ্জৰিত

editor by editor
June 13, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ত্ৰা*সবাদক বছৰ বছৰ ধৰি পৃষ্ঠপোষকতা দি অহা পাকিস্তান এতিয়া পানীৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে। ভাৰতৰ দ্বাৰা সিন্ধু জল চুক্তি স্থগিত ৰখাৰ পিছত পাকিস্তানৰ সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত পানীৰ নাটনিয়ে ভয়াবহ ৰূপ লৈছে। ইয়াৰ ফলত কৃষি, জনজীৱন আৰু আঞ্চলিক অৰ্থনীতিৰ ওপৰত গভীৰ সংকট নামি অহাৰ আশংকাই দেখা দিছে।
পেহেলগামত সংঘটিত পাকিস্তান-সমৰ্থিত সন্ত্ৰা*সবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে দশকজুৰি চলি অহা সিন্ধু জল চুক্তি স্থগিত কৰে। তাৰ পিছৰে পৰা পাকিস্তানত পানীৰ সংকট ক্ৰমাৎ গভীৰ হৈ পৰিছে। বিশেষকৈ সিন্ধ আৰু বেলুচিস্তানৰ কৃষিনিৰ্ভৰ অঞ্চলসমূহত এই সংকটে জীৱিকা আৰু কৃষি উৎপাদনক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে সিন্ধ প্ৰদেশত, য’ত পাকিস্তানৰ অৰ্থনৈতিক ৰাজধানী কাৰাচী অৱস্থিত। ৰাজনীতিবিদ, কৃষক আৰু জল বিশেষজ্ঞসকলে পানীৰ যোগান হ্ৰাসক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সিন্ধ আৰু বেলুচিস্তানত দেখা দিয়া এই সংকটে পাকিস্তানৰ প্ৰায় এক-তৃতীয়াংশ জনসংখ্যাক প্ৰভাৱিত কৰাৰ আশংকাই দেখা দিছে।

পহেলগাম আক্ৰমণৰ পিছতে ভাৰতৰ কঠোৰ স্থিতি

পহেলগাম সন্ত্ৰাস*বাদী আক্ৰমণৰ পিছতে ভাৰতে যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ‘অপাৰেচন সিন্দূৰ’ৰ সামৰিক পদক্ষেপৰ লগতে কূটনৈতিক ক্ষেত্ৰতো ভাৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰে ভিতৰত অন্যতম এই সিন্ধু জল চুক্তি স্থগিতৰ পদক্ষেপ। শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্টভাৱে কয় যে-ভাৰতে এই সন্দৰ্ভত ভৱিষ্যতেও কঠোৰ স্থিতি গ্ৰহণ কৰিব। পেহেলগামৰ সন্ত্ৰা*সবাদী আক্ৰমণৰ পিছত আমি সিন্ধু জল চুক্তি স্থগিত ৰাখিছিলো। যিসকলৰ চকুৰ পানী শুকাই গৈছে, তেওঁলোকে আমাৰ পৰা পানীৰ আশা নকৰিব। আমি সিন্ধুৰ পানী সন্ত্ৰা*সবাদীৰ পৃষ্ঠপোষকক নিদিও। ইপিনে পাকিস্তানৰ সংবাদপত্ৰ Dawn-ৰ তথ্য অনুসৰি, সিন্ধু নদীৰ ওপৰত নিৰ্মিত অন্যতম গুৰুত্বপূৰ্ণ জলসিঞ্চন ব্যৱস্থা ‘ছুক্কুৰ বেৰাজ’ৰ সমীপত জল সংকট স্পষ্টভাৱে দেখা গৈছে। এই বেৰাজৰ জৰিয়তে সিন্ধ আৰু বেলুচিস্তানৰ লাখ লাখ একৰ কৃষিভূমিলৈ পানী যোগান ধৰা হয়। সেয়েহে পাকিস্তানৰ কৃষি অৰ্থনীতিৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24India Pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
Next Post
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.