• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

4 months ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

12 minutes ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

39 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

1 hour ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

editor by editor
June 13, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডুবাইৰ ব্যৱসায়ী সুৰজ নাম্বিয়াৰৰ সৈতে বিবাহ বিচ্ছেদ ঘোষণা কৰাৰ পিছৰে পৰা ‘নাগিন’ৰ খ্যাত অভিনেত্ৰী মৌনি ৰয়ক লৈ উৰাবাতৰিৰ অন্ত পৰা নাই। প্ৰথম অৱস্থাত সুৰজৰ বিবাহ বহিৰ্ভূত প্ৰেম আৰু প্ৰতাৰণাৰ বাবে চাৰি বছৰীয়া বিবাহৰ অন্ত পৰাৰ খবৰ আহিছিল। কিন্তু সময়ৰ লগে লগে এই বিতৰ্কই সম্পূৰ্ণ বেলেগ ৰূপ ল’লে। বলীউডৰ এটা অংশই দাবী কৰিছে যে অভিনেত্ৰী দিশা পাটানীৰ সৈতে মৌনিৰ ‘অতি ঘনিষ্ঠ’ বন্ধুত্বই তেওঁৰ পৰিয়ালত বিভাজনৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে এতিয়া মৌনীয়ে নিজৰ যৌন অভিৰুচি আৰু সমকামিতাৰ উৰাবাতৰিৰ বিষয়ে মুকলিকৈ কৈছে।

ব্ৰেকআপৰ পিছত জীৱনৰ কঠিন পৰ্যায়ৰ কথা উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে জীৱনৰ প্ৰতিটো উত্থান-পতনত পৰিয়াল আৰু বন্ধু-বান্ধৱীক কাষত থকাটো অতি সৌভাগ্যৰ কথা। বিশেষকৈ মহিলা বন্ধুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয়, “মোৰ জীৱনত কিছুমান ভাল বন্ধু-বান্ধৱী আছে। যিসকলক মই বহুত ভাল পাওঁ। মোৰ জীৱনত এনে মহিলা থকাটো অতি প্ৰয়োজনীয় যিয়ে আপোনাক সদায় উৎসাহিত কৰিব। সেই ক্ষেত্ৰত মোৰ বন্ধুসকল শ্ৰেষ্ঠ।” একে সময়তে বৰ্তমানৰ প্ৰজন্মৰ ছোৱালীক আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দি মৌনীয়ে কয়, “আজি ছোৱালীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁলোকৰ আৰ্থিক আৰু মানসিক স্থিতিশীলতা। আপুনি মানসিক আৰু আৰ্থিকভাৱে স্বাধীন হ’ব লাগিব।”

মন কৰিবলগীয়া যে নেটিজেনসকলৰ এক বৃহৎ অংশই বিশ্বাস কৰিছিল যে মৌনি আৰু দিশাৰ মাজত কেৱল বন্ধুত্বই নহয়, সেই সম্পৰ্কই তেওঁলোকৰ বৈবাহিক জীৱনত প্ৰভাৱ পেলাইছে। কিন্তু পাঞ্জাবী কণ্ঠশিল্পী তালৱিন্দৰৰ সৈতে দিশা পাটানীৰ প্ৰেমৰ উৰাবাতৰি বিয়পি পৰাতো নেটিজেনে দিশাক সমালোচনা কৰা বন্ধ নকৰিলে।

বিচ্ছেদৰ পিছত সকলো লেতেৰা ৰাজনীতি বন্ধ কৰিবলৈ সুৰজে এক বিবৃতিত কয় যে, “আমাৰ বিচ্ছেদৰ পিছত এতিয়া কিছুমান বহু বস্তু টানি আনিছে। কিন্তু, আমাৰ বিচ্ছেদৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

Image Credit: Gemini Ai

প্ৰেমত বাৰে বাৰে কৰা বিশ্বাসঘাতকতা! হাতৰ ৰেখাত আছে নেকি দোষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.