• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

2 months ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

29 minutes ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

1 hour ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

3 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

16 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

16 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

17 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

17 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

18 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

19 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

20 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

20 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

editor by editor
June 13, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Guess the Actress: বেৰেলীত জন্মগ্ৰহণ কৰা এই অভিনেত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত পাইলট বা বিজ্ঞানী হ’ব বিচাৰিছিল। ভৱিষ্যতে কিবা এটা হ’বলৈ ইঞ্জিনিয়াৰিং পঢ়িছিল। কিন্তু কলেজত মডেলিং প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত গ্লেমাৰৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈছিল অভিনেত্ৰীগৰাকী। মাত্ৰ ৫০০ টকা লৈ মুম্বাইলৈ আহি কোনো পৰিয়ালৰ সহায় নোলোৱাকৈ সংগ্ৰাম কৰিছিল। ২০১৬ চনৰ ছুপাৰহিট ছবিখনে বলীউডত তেওঁৰ ব্যাপক স্বীকৃতি কঢ়িয়াই আনিছিল।

অতি কম সময়ৰ ভিতৰতে চলচ্চিত্ৰ জগতত নাম উজলাই তুলিছে বলীউডৰ বহু অভিনেত্ৰী। কিন্তু সফলতাৰ কাহিনী বাহিৰৰ পৰা দেখাৰ দৰে সহজ নাছিল। অতি কম সংখ্যকেহে জানে যে এই পদত উপনীত হ’বলৈ জীৱনত বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল।

১৯৯২ চনৰ ১৩ জুনত উত্তৰ প্ৰদেশৰ বাৰেলীত জন্মগ্ৰহণ কৰিছিল দিশা পাটানীয়ে। তেওঁৰ পৰিয়ালটো মূলতঃ উত্তৰাখণ্ডৰ তানকপুৰৰ। তেওঁৰ পিতৃ জগদীশ সিং পাটানি এজন জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু মাক স্বাস্থ্য বিভাগত কাম কৰিছিল। দিশা সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰী আছিল। অভিনেত্ৰী হোৱাৰ সপোন কেতিয়াও ভবা নাছিল।

দিশাই প্ৰথমে আই এ এফৰ পাইলট বা বিজ্ঞানী হ’ব বিচাৰিছিল। গতিকে পিছলৈ তাই অভিযান্ত্ৰিক আৰু জৈৱ প্ৰযুক্তিবিদ্যা অধ্যয়ন কৰে। কিন্তু কলেজত তেওঁৰ ভাগ্য সলনি হ’ল যেতিয়া বন্ধু এজনে মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিলে। দিশাই অংশগ্ৰহণ কৰাই নহয়, জয়ীও হৈছিল সেই প্ৰতিযোগীতাত।

জয়ী হোৱাৰ পিছত দিশাৰ বাবে মডেলিঙৰ নতুন দুৱাৰ মুকলি হৈ পৰিল আৰু কেইবাটাও ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ লাভ কৰিবলৈ ধৰিলে। বিজ্ঞাপনত কেমেৰাৰ সন্মুখত থিয় হৈ তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহ জগাই তুলিছিল। অৱশেষত নিজৰ সপোন পূৰণৰ বাবে মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত ল’লে, যিটো পথ সহজ নাছিল।

দিশাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল তেওঁৰ জীৱনৰ বহু আচৰিত কথা। যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহিছিল তেতিয়া তেওঁৰ পকেটত মাত্ৰ ৫০০ টকাহে আছিল। মুম্বাইৰ দৰে দামী চহৰত ইমান কম টকাৰে জীয়াই থকাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু পৰিয়ালৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য নোলোৱাকৈ আৰু সকলো কাম নিজাববীয়াকৈ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল অভিনেত্ৰীগৰাকী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
Next Post
Image Credit: Gemini Ai

প্ৰেমত বাৰে বাৰে কৰা বিশ্বাসঘাতকতা! হাতৰ ৰেখাত আছে নেকি দোষ?

Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.