• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

4 days ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

24 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

1 hour ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

2 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

3 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

3 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

5 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

5 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

7 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

8 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

20 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

বিৱাহৰ বৰযাত্ৰীৰ বাবে বিশেষ গানটোও লাভ কৰিছিল বিপুল জনপ্ৰিয়তা

editor by editor
June 13, 2026
in চিনেমা, বিনোদন, ভাৰত, লেখা, সংগীত
0
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
0
SHARES
590
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দী চলচ্চিত্ৰ জগতৰ কিংবদন্তি কণ্ঠশিল্পী কিশোৰ কুমাৰ এনে এজন শিল্পী, যাৰ গীতসমূহে কেৱল ১৯৫০ আৰু ১৯৬০ দশকৰ শ্ৰোতাসকলকেই মুগ্ধ কৰা নাছিল, বৰঞ্চ নতুন প্ৰজন্মৰ মাজতো তেওঁৰ গীতৰ এক বিশেষ জনপ্ৰিয়তা আছে। তেওঁৰ কণ্ঠত আছিল এক অনন্য যাদু, যিয়ে প্ৰতিটো গীতক স্মৰণীয় কৰি তুলিছিল। প্ৰায় ৭০ বছৰৰ আগতে মুক্তি পোৱা এখন ছবিৰ বাবে কিশোৰ কুমাৰে ২১টাতকৈও অধিক ভিন্ন ধৰণৰ কণ্ঠস্বৰ উলিয়াইছিল। আজিও সেই গীতটোক এটা কালজয়ী ক্লাছিক হিচাপে গণ্য কৰা হয়। বিশেষকৈ এই গীতটো দৰাৰ বাবে এক ধৰণৰ ‘সতৰ্কবাণী’ বুলি কোৱা হয়। যদি বিয়াৰ অনুষ্ঠানত এই গীতটো বজে, তেন্তে দৰাই অস্বস্তি বা লাজ পোৱাটো প্ৰায় নিশ্চিত।

কি আছিল সেই গীতটোৰ বিশেষত্ব?

ইয়াত উল্লেখ কৰিব খোজা গীতটো হৈছে ১৯৫৬ চনত মুক্তি পোৱা ‘পৰিবাৰ’ ছবিখনৰ সেই গীতটো ‘কুৱেঁ মে কুদ কে মৰ জানা, য়াৰ তুম শ্বাদী মত কৰনা’। এই ছবিখনত কিশোৰ কুমাৰে কেৱল গানেই গোৱা নাছিল, অভিনয়ো কৰিছিল। গীতটো মুক্তিৰ সময়ত বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিছিল।
এই গীতটোত কিশোৰ কুমাৰে ২১ বাৰকৈ নিজৰ কণ্ঠস্বৰ সলনি কৰিছিল। তেওঁ গীতটোৰ মাজেৰে অবিবাহিত যুৱক আৰু হবলগীয়া দৰাসকলক বিবাহৰ পিছত জীৱনত আহিব পৰা নানা সমস্যাৰ বিষয়ে ব্যংগাত্মভাৱে সতৰ্ক কৰিছিল। গীতটোৰ প্ৰতিটো শব্দ আৰু কথা মানুহৰ হৃদয় স্পৰ্শ কৰিছিল। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল, তেওঁ এই গীতত মহিলাৰ, শিশুৰ আৰু বৃদ্ধ লোকৰ কণ্ঠস্বৰো তেওঁ নিজেই অনুকৰণ কৰিছিল। এই গীতটোৱে সেই সময়ত সমাজত এক বিশেষ প্ৰভাৱ পেলাইছিল। গীতটো মুক্তিৰ পিছত বহু বছৰ ধৰি বন্ধুবৰ্গই বিয়াৰ অনুষ্ঠানত দৰাক ঠাট্টা-মস্কৰা কৰিবলৈ এই গীতটো বজোৱাৰ পৰম্পৰা গঢ় লৈ উঠিছিল। বিবাহৰ পিছত পুৰুষসকলৰ অৱস্থা কেনেকুৱা হ’ব পাৰে, সেই কথাটো কিশোৰ কুমাৰে অত্যন্ত ৰসিকতা আৰু সৃজনশীলতাৰে গীতৰ কথাত প্ৰকাশ কৰিছিল। প্ৰায় ৭০ বছৰ আগতে মুক্তি পোৱা এই গীতটোক সেই সময়ৰ এক ‘ট্ৰেণ্ডচেটাৰ’ হিচাপে দেখা হৈছিল। ‘পৰিবাৰ’ ছবিখনত কিশোৰ কুমাৰৰ হাস্যৰসাত্মক অভিনয় আৰু অনন্য শৈলীৰ প্ৰতি দৰ্শকসকল ইমানেই আকৃষ্ট হৈছিল যে বহুতে তেওঁৰ অভিনয় আৰু গায়কীৰ ধৰণ অনুকৰণ কৰিবলৈ আৰম্ভ কৰিছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
Next Post
মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

মৌনি ৰয় সমকামী! অৱশেষত সত্য উদঙালে অভিনেত্ৰীয়ে

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.