• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

3 months ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

12 minutes ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

2 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

2 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

3 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

3 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

4 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

4 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

5 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

8 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

ভাল খবৰৰ বাবে কেৱল ইৰানে মানি চলিব লাগিব এই চৰ্ত

editor by editor
June 15, 2026
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আমেৰিকা আৰু ইৰানৰ মাজত প্ৰায় ৪ মাহ ধৰি চলা যুদ্ধ অৱসানৰ দিশে আগবাঢ়িছে। দুয়োখন দেশৰ মাজত শান্তি চুক্তি প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ছুইজাৰলেণ্ডৰ জেনেভাত দুয়োখন দেশৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত মিলিত হ’ব। ইয়াৰ মাজতে E4 দেশ অৰ্থাৎ ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আৰু ইটালীয়ে ইৰানৰ ওপৰত আৰোপ কৰা অৰ্থনৈতিক নিষেধাজ্ঞা উঠাই লোৱাৰ ঘোষণা কৰিছে। কিন্তু ইয়াৰ বাবে দেশকেইখনে ৰাখিছে এটা গুৰুত্বপূৰ্ণ চৰ্ত।

E4 দেশসমূহ ইৰানৰ সন্মুখত কি চৰ্ত ৰাখিছে?

ইউৰোপৰ এই চাৰি শক্তিধৰ দেশ ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ইংলেণ্ডে যৌথ বিবৃতিযোগে সদৰী কৰা অনুসৰি যদি ইৰানে পাৰমাণৱিক চুক্তিৰ সকলো চৰ্ত সম্পূৰ্ণভাৱে পালন কৰে, তেন্তে তেওঁলোকে ইৰানৰ ওপৰত আৰোপ কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ সাজু।  ফ্ৰান্স, ইংলেণ্ড, জাৰ্মানী আৰু ইটালীৰ নেতাসকলে যৌথ বিবৃতিযেগে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইৰানক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ দিয়া নহ’ব। ইয়াৰ বাবে E4-এ আমেৰিকা, ইৰান আৰু ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক শক্তি পৰ্যবেক্ষণ সংস্থা IAEA-ৰ সৈতে একেলগে কাম কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰস্তুত বুলিও উল্লেখ কৰিছে। বিবৃতিটোত তেওঁলোকে লেবাননৰ স্থিৰতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি তেওঁলোকৰ দৃঢ় সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰিছে
। উল্লেখ্য যে ইৰানক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা বিৰত ৰাখিবলৈ E4 দেশসমূহে কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিষেধাজ্ঞাৰ অধীনত ইৰানৰ আটাইতকৈ ডাঙৰ আয়ৰ উৎস কেঁচা তেল আৰু গেছ ৰপ্তানিৰ ওপৰত বাধা আৰোপ কৰা হৈছিল। ইয়াৰ উপৰিও ইৰানৰ কেন্দ্ৰীয় বেংকক আন্তঃৰাষ্ট্ৰীয় বেংকিং ব্যৱস্থাৰ পৰা অব্যাহতিও দিয়া হৈছিল, যাতে বিদেশৰ সৈতে বেংকটোৱে ধনৰ লেনদেন কৰিব নোৱাৰে। লগতে, ইৰানৰ পাৰমাণৱিক আৰু সামৰিক কাৰ্যসূচীত ব্যৱহৃত প্ৰযুক্তি আৰু সামগ্ৰীৰ যোগান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। ইৰানৰ বহু ডাঙৰ কোম্পানী, জাহাজ আৰু চৰকাৰী বিষয়াৰ বিদেশত থকা সম্পত্তিও জব্দ কৰা হৈছিল। কেৱল এয়াই নহয় আমেৰিকাই বান্ধি দিয়া চৰ্ত অনুসৰি যদি চুক্তি সম্পন্ন হয় তেনেহলে আমেৰিকায়ো মুক্ত কৰিব ইৰানৰ সম্পত্তি। ইৰানৰ সংবাদ সংস্থা ‘মেহৰ নিউজ এজেন্সী’ৰ প্ৰতিবেদন অনুসৰি, ইতিমধ্যে আমেৰিকাই ইৰানৰ ১২ বিলিয়ন ডলাৰৰ জব্দ কৰা সম্পত্তিও মুক্ত কৰি দিবলৈ সাজু হৈছে। এই পদক্ষেপ ৱাশ্বিংটন আৰু তেহৰানৰ মাজত হোৱা শান্তি চুক্তিৰ ১৪ দফীয়া চৰ্তৰ এটা অংশ। সূত্ৰ অনুসৰি, আলোচনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ আগতেই এই ধনৰ আধা অংশ ইৰান দিয়া হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24iran-us
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?
বাণিজ্য

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন
জীৱনশৈলী

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

September 7, 2026
Next Post
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক 'কুমকুম ভাগ্য'ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.