কৃষক বিদ্ৰোহত আজিও উত্তপ্ত দিল্লী। উত্তৰ ভাৰতত বিদ্ৰোহৰ অগনি। সিংঘু সীমান্তত কৃষক আৰু বিদ্ৰোহ বিৰোধীৰ মাজত সংঘৰ্ষ। আৰক্ষীৰ লাঠীচাৰ্জ, কন্দুৱা গেছ নিক্ষেপ। প্ৰতিবাদী কৃষকৰ মতে অপ্ৰীতিকৰ পৰিস্থিতিৰ আঁৰত RSSৰ লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















