• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

2 months ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

11 minutes ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

50 minutes ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

1 hour ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

2 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

19 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

20 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

20 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

21 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

21 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

22 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

22 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

SBIৰ সৈতে হোৱা বুজাবুজি চুক্তিৰ বহু নিয়ম ভংগৰ অভিযোগ

editor by editor
June 30, 2026
in অপৰাধ, বিবিধ, ভাৰত
0
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি চৰ্চিত হৈ থকা ৰাম মন্দিৰ দান-পাত্ৰৰ ধন চুৰি কাণ্ডৰ তদন্তত নতুন নতুন তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে ঘটনাৰে জড়িতৰ অভিযোগত এই পৰ্যন্ত ৮জন লোকক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই অভিযুক্তসকলৰ ভিতৰত অন্যতম অনুকল্প, লৱ-কুশ আৰু টিন্নু যাদৱ। ইপিনে ৰাম মন্দিৰত নিয়োজিত ৪০০জন ব্যক্তিগত নিৰাপত্তাৰক্ষীকো তদন্তকাৰী সংস্থাই টাৰ্গেটত ৰাখিছে। এই আটাইকেইজনকে তদন্তৰ আওতালৈ অনা হ’ব বুলি ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে জানিবলৈ দিছে। আযোধ্যাৰ ৰাম মন্দিৰৰ দৰ্শন পথ, প্ৰৱেশ-প্ৰস্থান দুৱাৰ আৰু দান-ধন স্থানান্তৰৰ পথত নিয়োজিত কিছুমান নিৰাপত্তাৰক্ষীৰ শিথিলতাৰ সুযোগ লৈ এই চুৰিকাণ্ড সংঘটিত হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত ডিউটী ৰোষ্টাৰ, CCTV ফুটেজ, প্ৰৱেশ-প্ৰস্থানৰ ৰেকৰ্ড, সংশ্লিষ্ট বিষয়াসকলৰ বক্তব্য আদি সকলো তথ্য সংগ্ৰহ কৰি বিশদ তদন্ত চলাই থকা হৈছে।

SBIৰ সৈতে হোৱা MoUৰ বহু নিয়ম ভংগৰ অভিযোগ

অযোধ্যাৰ ৰাম মন্দিৰৰ দান-পাত্ৰৰ পৰা সংগৃহীত ধনৰ গণনা সম্পূৰ্ণ স্বচ্ছ আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰিবলৈ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট আৰু ভাৰতীয় ষ্টেট বেংকৰ মাজত ২০২৫ চনৰ ফেব্ৰুৱাৰীত এখন বিস্তৃত MoU স্বাক্ষৰ হৈছিল। এই চুক্তিত ট্ৰাষ্ট আৰু বেংকৰ দায়িত্ব স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হৈছিল, যাতে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিয়াৰিকৈ হয়। কিন্তু SITৰ তদন্তত বহু গুৰুত্বপূৰ্ণ নিয়ম নিয়মীয়াকৈ মানি চলা হোৱা নাছিল বুলি তথ্য পোহৰলৈ আহিছে।

কোনবোৰ নিয়ম ভংগ হৈছিল?

তদন্তসূত্ৰে প্ৰকাশ পোৱা তথ্য অনুসৰি MoU অনুসৰি দান-পাত্ৰ খোলা আৰু ধন গণনাৰ সময়ত ট্ৰাষ্ট আৰু SBI বিষয়াৰ যৌথ উপস্থিতি বাধ্যতামূলক আছিল। ধন গণনাত নিয়োজিত কৰ্মচাৰীৰ বাবে নিৰ্দিষ্ট ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছিল। SBIৰ বিষয়াসকলক প্ৰতি মাহে সলনি কৰাৰ ব্যৱস্থা আছিল, কিন্তু কেইজনমান কৰ্মচাৰী দীঘলীয়া সময় একেটা দায়িত্বতে আছিল। গণনা কক্ষত প্ৰৱেশ আৰু ওলাই যোৱা প্ৰতিজন কৰ্মচাৰীৰ নিয়মীয়া বা আকস্মিক তালাচী লোৱাৰ নিয়ম আছিল। প্ৰতিটো দান-পাত্ৰৰ ধন পৃথকভাৱে লিপিবদ্ধ কৰি ক্ৰম অনুসৰি গণনা কৰাৰ ব্যৱস্থাও আছিল। তদন্তকাৰী সংস্থাই এতিয়া এই সকলো নিয়ম কিমান পৰিমাণে পালন কৰা হৈছিল, তাৰো তদন্ত চলাই আছে। লগতে দৈনিক প্ৰতিবেদন, জমা ৰচিদ, ৰেজিষ্টাৰ আৰু আন নথি-পত্ৰসমূহো সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছে।

লৱকুশ, অনুকল্প আৰু টিন্নু যাদৱৰ সম্পত্তিৰ তালাচী

ৰাম মন্দিৰ দান পাত্ৰৰ ধন চুৰিৰ অভিযুক্তসকলৰ অন্যতম লৱকুশ, অনুকল্প আৰু টিন্নু যাদৱৰ সম্পত্তিতো তালাচী অভিযান চলাই আছে SITৰ এটা দলে। অভিযুক্ত লৱকুশৰ আয়ৰ বিপৰীতে অসমঞ্জস্য সম্পত্তিৰ তথ্য লাভ কৰিছে তদন্তকাৰী গোটটোৱে। লৱকুশই পত্নীৰ নামত ভূমি ক্ৰয় কৰি তাত এটা তিনিমহলীয়া বিলাসী অট্টালিকা নিৰ্মাণ কৰাৰো তথ্য লাভ কৰিছে SIT-এ। ইয়াৰ উপৰিও অনুকল্প আৰু আৰু টিন্নু যাদাৱৰ বেংকৰ বিভিন্ন নথিৰো পৰীক্ষা কৰিছে তদন্তকাৰী সংস্থাই। আন আন অভিযুক্তসকলোৰে সম্পত্তিৰ তালাচী চলাই থকা হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajodhya ram mandirasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ'দে ছাল ক'লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.