• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

1 hour ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

2 minutes ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

28 minutes ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

2 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

3 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

3 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

4 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

6 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

17 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

17 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

18 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

19 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

বৈভৱৰ ছ'চিয়েল মিডিয়াত বিশেষ ইংগিত

editor by editor
July 1, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা ভাৰত-ইংলেণ্ডৰ মাজত ৫খন T20 মেচৰ শৃংখলাটো আৰম্ভ হ’ব। শৃংখলাৰ প্ৰথমখন T20 মেচ চেষ্টাৰ-লে- ষ্ট্ৰীটত অনুষ্ঠিত হ’ব। শৃংখলাৰ প্ৰথমখন মেচ আৰম্ভ হোৱাৰ আগতেই ক্ৰিকেট মহলত পুনৰবাৰ চৰ্চিত হৈ আছে এটাই প্ৰশ্ন- বৈভৱ সূৰ্যবংশীয়ে আজি সুযোগ পাবনে? মাত্ৰ ১৫ বছৰ বয়সতে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰা বিস্ফোৰক বেটাৰ বৈভৱে চেষ্টাৰ-লে-ষ্ট্ৰীটত ইতিহাস ৰচিব নেকি? এই প্ৰশ্নই এতিয়া সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি ক্ৰিকেট অনুৰাগীৰ মাজত তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

বৈভৱৰ ছ’চিয়েল মিডিয়াত বিশেষ ইংগিত

যদিও বৈভৱে আজি মূল একাদশত স্থান পাব নে নাই সেয়া নিশ্চিত হোৱা নাই, তথাপিও বিস্ময় বালকজনৰ ছ’চিয়েল মিডিয়াৰ এটা পোষ্টে নতুনকৈ অনুৰাগীৰ হৃদয়ত আশাৰ সঞ্চাৰ দিছে। মেচৰ পূৰ্বে ইংলেণ্ড ভ্ৰমণৰ কেইবাখনো ছবি শ্বেয়াৰ কৰি বৈভৱে কেৱল ‘Grateful’ বুলি এটা শব্দ লিখিছে।

ইয়াৰ লগতে সংযোজন কৰে এটা Hourglassৰ ইম’জি। ‘কৃতজ্ঞ’ হোৱা মানে বৈভৱে আজি মূল একাদশত স্থান পাব বুলি জানিয়েই এনেকৈ ‘কৃতজ্ঞ’ বুলি লিখিছে নেকি? তাকে লৈ অনুৰাগীৰ মনত আশাৰ সঞ্চাৰ ঘটিছে। আনহাতে বৈভৱে নিজৰ ফটো পোষ্টত আকৌ একেলগে Hourglassৰ ইমোজিটোও সংযোজন কৰিছে। Hourglass মানে আৰু অধিক অপেক্ষা কৰিব লাগিব নেকি বুলিও মত পোষণ কৰিছে একাংশ অনুৰাগীয়ে।

শ্ৰেয়াছ আয়াৰৰ মন্তব্যক লৈ অসন্তুষ্ট অনুৰাগী

ইপিনে মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত অধিনায়ক শ্ৰেয়াছ আয়াৰে বৈভৱৰ অভিষেক সম্পৰ্কে কোনো স্পষ্ট মন্তব্য নকৰাত অনুৰাগীৰ হতাশা বৃদ্ধি পাইছে। সাংবাদিকৰ আগত শ্ৰেয়াছ আয়াৰে কৰা মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈছে। বহু অনুৰাগীয়ে দল পৰিচালনা, প্ৰশিক্ষক আৰু নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। অৱশ্যে ভাৰতীয় ক্ৰিকেটত সাধাৰণতে মেচৰ আগদিনাই কোনো খেলুৱৈৰ অভিষেক আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ নজিৰ অতি কম। সেয়েহে বৈভৱে খেলিব নে নাই, সেই সিদ্ধান্ত মেচ আৰম্ভ হোৱাৰ প্ৰায় আধা ঘণ্টা পূৰ্বে টছৰ পিছতেই স্পষ্ট হ’ব।
উল্লেখ্য, IPL ২০২৬ত বিস্ফোৰক প্ৰদৰ্শন কৰি ৭৭৬ ৰান সংগ্ৰহ কৰাৰ পিছত বৈভৱ সূৰ্যবংশীয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় জ্যেষ্ঠ দলত সুযোগ লাভ কৰে। আয়াৰলেণ্ড ভ্ৰমণত তেওঁৰ অভিষেক প্ৰায় নিশ্চিত বুলি ধৰা হৈছিল যদিও দুয়োখন টি-২০ মেচতে তেওঁ বেঞ্চতে বহি থাকিবলগীয়া হয়। ভাৰতে সেই দুয়োখন মেচতে পৰাজিত হোৱাত দল পৰিচালনাৰ সিদ্ধান্তক লৈ তীব্ৰ সমালোচনা হৈছিল।
এতিয়া সকলোৰে দৃষ্টি প্ৰথম টি-২০ৰ প্লেয়িং ইলেভেনৰ ওপৰত। যদি বৈভৱে এই মেচত সুযোগ লাভ কৰে, তেন্তে মাত্ৰ ১৫ বছৰ বয়সতে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা অন্যতম কনিষ্ঠ খেলুৱৈ হিচাপে তেওঁ নতুন ইতিহাস ৰচিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Vaibhav Sooryavanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
Next Post
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.