• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

2 hours ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

3 minutes ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

36 minutes ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

2 hours ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

3 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

4 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

18 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

19 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

20 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

20 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

21 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ দুৰ্গন্ধৰ মুখ্য কাৰণসমূহ কি কি?

editor by editor
July 2, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মুখৰ পৰা দুৰ্গন্ধ ওলোৱা সমস্যাটো আজিৰ সমাজত বহু লোকৰ মাজত দেখা যায়। ই সাধাৰণতে কোনো এটা বিশেষ বেমাৰ নহয়, কিন্তু ই বিভিন্ন মুখ-দাঁত, খাদ্যাভ্যাস বা দেহৰ ভিতৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। চিকিৎসা বিজ্ঞানত ইয়াক Halitosis বুলি কোৱা হয়। এই সমস্যাই ব্যক্তিৰ আত্মবিশ্বাস কমাই দিব পাৰে আৰু ৰাজহুৱা স্থানত আপোনাক অস্বস্তিত পেলাব পাৰে। সেয়ে ইয়াৰ কাৰণ আৰু সমাধান ভালদৰে বুজি লোৱা অতি প্ৰয়োজনীয়।

মুখৰ দুৰ্গন্ধৰ মুখ্য কাৰণসমূহ কি কি?

মুখৰ দুৰ্গন্ধৰ মুখ্য কাৰণসমূহৰ ভিতৰত আটাইতকৈ সাধাৰণ কাৰণ হৈছে মুখৰ অস্বচ্ছতা। যদি নিয়মিতভাৱে দাঁত ব্ৰাছ নকৰিলে দাঁতৰ মাজত খাদ্যৰ কণিকা জমা হৈ থাকে আৰু সেইবোৰ বেক্টেৰিয়াই ভাঙি দুৰ্গন্ধ সৃষ্টি কৰে। বিশেষকৈ জিভা পৰিষ্কাৰ নকৰিলে বেক্টেৰিয়া বেছি পৰিমাণে জমা হয় আৰু মুখৰ দুৰ্গন্ধ বাঢ়ে। দাঁতৰ পোক বা কেভিটি আৰু মাড়িৰ ৰোগ যেনে gingivitis বা periodontitis থাকিলেও মুখৰ পৰা দুৰ্গন্ধ ওলায়। এইবোৰ অৱস্থাত দাঁত আৰু মাড়িত বেক্টেৰিয়াৰ সক্ৰিয়তা বাঢ়ি যায়। জিভাৰ ওপৰত ময়লা বা পাতল স্তৰ জমা হোৱাটোও মুখৰ দুৰ্গন্ধৰ এটা গুৰুত্বপূর্ণ কাৰণ। ইয়াৰ উপৰি মুখ শুকাই যোৱা অৰ্থাৎ লেলেৱাতি কমি যোৱা অৱস্থাত বেক্টেৰিয়া সহজে বৃদ্ধি পায়, কাৰণ লেলাৱতিয়ে মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰাখে। ইয়াৰ উপৰিও খাদ্যাভ্যাসো মুখৰ দুৰ্গন্ধৰ অন্যতম কাৰণ হ’ব পাৰে। পিঁয়াজ, নহৰু, মছলাযুক্ত খাদ্য, জাংক ফুড আদিয়ে মুখj দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে। ধূমপান, গুটখা বা তামোল সেৱন কৰা লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায়। ইয়াৰ উপৰি পেটৰ গেছ, এচিডিটি বা হজমৰ সমস্যা থাকিলেও মুখৰ পৰা দুৰ্গন্ধ আহিব পাৰে।

মুখৰ দুৰ্গন্ধ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

এই সমস্যাৰ পৰা মুক্তি পাবলৈ ঘৰুৱা যত্ন অতি প্ৰয়োজনীয়। নিয়মিতভাৱে দিনত কমেও দুবাৰ দাঁত ব্ৰাছ কৰিব লাগে আৰু ফ্লুৰাইডযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰা উচিত। জিভা পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূর্ণ, কিয়নো জিভাৰ ওপৰত থকা বেক্টেৰিয়াই মুখৰ দুৰ্গন্ধৰ অন্যতম মুখ্য কাৰণ। গৰম পানীত নিমখ মিহলাই কুলা কৰিলে মুখৰ বেক্টেৰিয়া কমে আৰু দাঁত-মাড়ি সুস্থ থাকে। দিনত পৰ্যাপ্ত পৰিমাণে পানী খোৱা অভ্যাস গঢ়ি তুলিব লাগে, কাৰণ পানীৰ অভাৱত মুখ শুকাই যায় আৰু দুৰ্গন্ধ বাঢ়ে। তুলসী পাত, পুদিনা বা লৱং চোবাই খোৱাটোও উপকাৰী, কিয়নো এইবোৰে মুখ সতেজ কৰি বেক্টেৰিয়া কমায়। খাদ্যাভ্যাসত সেউজীয়া শাক-পাচলি আৰু ফলমূল বেছি খোৱা উচিত আৰু পিঁয়াজ-নহৰু বা জাংক ফুড কমাব লাগে। দহি (curd) খোৱাও উপকাৰী, কাৰণ ইয়াত থকা ভাল বেক্টেৰিয়াই মুখ আৰু পেটৰ স্বাস্থ্য উন্নত কৰে।
যদি ঘৰুৱা যত্ন লোৱাৰ পাছতো মুখৰ দুৰ্গন্ধ দীৰ্ঘদিন ধৰি থাকে, তেন্তে ই দাঁতৰ গভীৰ ৰোগ বা পেটৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত দন্ত চিকিৎসক বা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মুখৰ দুৰ্গন্ধ এক নিয়ন্ত্ৰণযোগ্য সমস্যা। সঠিক দাঁত পৰিষ্কাৰ, স্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু নিয়মিত যত্নৰ জৰিয়তে এই সমস্যাৰ পৰা সহজে মুক্তি পাব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!
জীৱনশৈলী

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
Next Post
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.