• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

2 months ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

25 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

34 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

51 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

কেতিয়াৰ পৰা আৰম্ভ হ'ব এই আঁচনি?

editor by editor
July 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
0
SHARES
541
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২১ বছৰৰ পৰা ৬০ বছৰ বয়সৰ মহিলাসকলৰ বাবে সুখবৰ। এই বয়সৰ মহিলালৈ চৰকাৰে আগবঢ়াব মাহিলী ২৫০০ টকাকৈ। ৰাখী বন্ধনৰ সময়ত চৰকাৰে আৰম্ভ কৰিব এই অভিলাষী আঁচনি। অৱশ্যে এই বয়সৰ ভিতৰত থাকিলেও সকলো মহিলাই এই আঁচনিৰ ধন নাপাব। বিশেষ পৰিয়ালৰ বিশেষ মহিলাইহে লাভ কৰিব এই আঁচনিৰ ধন।

কোনবোৰ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা?

বৈঠকত আঁচনিখনৰ যোগ্যতাৰ মানসমূহো বিস্তৃতভাৱে আলোচনা কৰা হয়। সিদ্ধান্ত অনুসৰি— আবেদনকাৰী মহিলা বা তেওঁৰ পৰিয়াল কমেও ১০ বছৰ ধৰি দিল্লীৰ স্থায়ী বাসিন্দা হ’ব লাগিব। আবেদনকাৰী অথবা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক ৰেকৰ্ড থাকিব নালাগে। এটা পৰিয়ালৰ জ্যেষ্ঠ মহিলাগৰাকীহে এই আঁচনিৰ বাবে যোগ্য হ’ব। এটা পৰিয়ালৰ মাত্ৰ এগৰাকী মহিলাই এই সুবিধা লাভ কৰিব পাৰিব। পৰিয়ালৰ বাৰ্ষিক আয় ২.৫ লাখ টকাৰ অধিক হলে নাপাব এই আঁচনিৰ ধন। যিসকল মহিলা ইতিমধ্যে চৰকাৰৰ কোনো পেঞ্চন বা নিয়মীয়া আৰ্থিক সহায়তা লাভ কৰি আছে, তেওঁলোক এই আঁচনিৰ বাবে যোগ্য নহ’ব। চাৰিচকীয়া বাহন থকা পৰিয়ালৰ মহিলায়ো এই আঁচনিৰ সুবিধা লাভ নাপাব।

আঁচনিক লৈ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

অৱশ্যে এই আঁচনিখন আমাৰ অসমৰ মহিলাসকলৰ বাবে নহয়। দিল্লীৰ মহিলাসকলৰ বাবেহে দিল্লী চৰকাৰে ঘোষণা কৰিছে এই আঁচনি। আঁচনিখনৰ নাম হৈছে ‘দিল্লী লক্ষ্মী যোজনা’। দিল্লী চৰকাৰৰ মহিলা সমৃদ্ধি আঁচনিৰ নাম সলনি কৰি পুনৰাই এই আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে দিল্লী চৰকাৰে। এই আঁচনিক লৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে দিল্লী সচিবালয়ত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত মুখ্য সচিব ৰাজীৱ বর্মাকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক স্পষ্ট নিৰ্দেশ দিয়ে যে আঁচনিৰ সুবিধা যাতে সম্পূৰ্ণ স্বচ্ছ, সহজ আৰু সময়মতে প্ৰকৃত হিতাধিকাৰী মহিলাসকলৰ ওচৰলৈ পৌঁছে, আৰু ৰূপায়ণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্ৰশাসনিক বাধা নাহে।

মহিলা সশক্তিকৰণেই এই আঁচনিৰ মূল উদ্দেশ্য

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মহিলা সশক্তিকৰণ কেৱল সামাজিক দায়বদ্ধতা নহয়, ই উন্নত ভাৰত গঢ়াৰ অন্যতম ভেটি হিচাপে পৰিগণিত হৈছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰীয়ে সদায়েই মহিলাৰ নেতৃত্বাধীন উন্নয়নক দেশৰ অগ্ৰগতিৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম হিচাপে গুৰুত্ব দি আহিছে। সেই আদৰ্শক আগুৱাই নিয়েই দিল্লী চৰকাৰে ‘দিল্লী লক্ষ্মী যোজনা’ৰ জৰিয়তে ৰাজধানীৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী, সবল আৰু সন্মানজনক জীৱন যাপনৰ সুযোগ প্ৰদান কৰিব বিচাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24BJP new delhi CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
Next Post
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

'মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.