• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

1 month ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

4 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

5 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

5 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

6 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

6 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

7 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

9 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

9 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

11 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

যুৱকজনে কিয় কৰিলে এই কাম? জানক ইয়াৰ কাৰণ কি?

editor by editor
July 13, 2026
in বিবিধ, বিশ্ব, লেখা
0
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সমগ্ৰ সম্পত্তি সন্তানৰ নামত লিখি থৈ যায়। আনহাতে কোনো যুৱকে কিবা কাৰণত নিজৰ সম্পত্তি অৰ্পণ কৰিবলৈ হলে পিতৃ-মাতৃ অথবা ভগ্নী-ভাতৃ বা পত্নীৰ নামত লিখি থৈ যায়। কিন্তু এই সাধাৰণ ঘটনাৰ বিপৰীতে এজন যুৱকৰ এটা সিদ্ধান্তই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে। যুৱকজনে নিজৰ বিশাল সম্পত্তি পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যৰ নামত কৰাৰ বিপৰীতে শৈশৱৰ এজন বন্ধুৰ নামত কৰিছ।

এই ঘটনাৰ সবিশেষ

এই ঘটনাৰ স্থান হৈছে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন। চীনৰ চাংহাইৰ এজন যুৱকে নিজৰ প্ৰায় ২০ মিলিয়ন ইউৱান (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৮ কোটি টকা) মূল্যৰ সম্পত্তি পিতৃ-মাতৃৰ সলনি শৈশৱৰ এজন ঘনিষ্ঠ বন্ধুৰ নামত লিখি দিছে। South China Morning Postৰ এক প্ৰতিবেদন অনুসৰি, এই যুৱকজনৰ নাম লি। তেওঁ চাংহাইত বাস কৰে আৰু দুঃসাহসিক অভিযান তথা এক্সট্ৰিম স্প’ৰ্টছৰ প্ৰতি অত্যন্ত আগ্ৰহী। লিয়ে এই সন্দৰ্ভত কয়, “এই ধৰণৰ খেলত জীৱনৰ প্ৰতি বিপদ সদায়েই থাকে। সেয়েহে যদি কেতিয়াবা মোৰ লগত কোনো দুৰ্ভাগ্যজনক ঘটনা ঘটে, তেন্তে মোৰ কষ্টৰে উপাৰ্জিত সম্পত্তি যেন বিশ্বাসযোগ্য লোকৰ হাতলৈ যায়, সেই উদ্দেশ্যেই আগতীয়াকৈ উইল প্ৰস্তুত কৰিলোঁ।” লিৰ সম্পত্তিৰ ভিতৰত আছে এটা বিলাসবহুল এপাৰ্টমেণ্ট আৰু বেংকত জমা থকা উল্লেখযোগ্য পৰিমাণৰ ধন। কিন্তু তেওঁ এই সম্পত্তি পিতৃ-মাতৃৰ পৰিৱৰ্তে শৈশৱৰ বন্ধুৰ নামত হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয়।

পিতৃ-মাতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ কাৰণ

লিৰ এই সিদ্ধান্তৰ পিছত বহুতে প্ৰশ্ন উত্থাপন কৰে—কিয় তেওঁ পিতৃ-মাতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰিলে? কিন্তু ইয়াৰ কাৰণ কোনো ব্যক্তিগত শত্ৰুতা নহয়। কিন্তু বহু বছৰ পূৰ্বেই লিৰ পিতৃ-মাতৃৰ বিৱাহ বিচ্ছেদ হৈছিল আৰু পিছত দুয়োৱে পুনৰ নিজ নিজ জীৱনসংগী নিৰ্বাচন কৰি নতুকৈ বিৱাহপাশত আৱদ্ধ হয়। লিৰ মতে, তেওঁ পিতৃ-মাতৃৰ নতুন জীৱনসংগীক নিজৰ পৰিয়ালৰ সদস্য হিচাপে মানি ল’ব নোৱাৰে। তেওঁ নিবিচাৰে যে তেওঁৰ মৃ*ত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ সুবিধা এনে লোকৰ হাতলৈ যাওক, যিসকলৰ সৈতে তেওঁৰ কোনো আত্মীয়তা বা মানসিক সম্পৰ্ক নাই। সেইবাবে তেওঁ কেৱল শৈশৱৰ সেই বন্ধুকেই বিশ্বাস কৰিছে, যিজনে সদায় সুখ-দুখত তেওঁৰ কাষত থিয় দিছে।

আইনে কি কয়?

চীনৰ উত্তৰাধিকাৰ আইন অনুসৰি, যদি কোনো ব্যক্তি অবিবাহিত হয় আৰু তেওঁৰ কোনো সন্তান নাথাকে, তেন্তে তেওঁৰ সম্পত্তিৰ ওপৰত প্ৰথম অধিকাৰ থাকে পিতৃ-মাতৃৰ। অৱশ্যে, যদি ব্যক্তিজনে বৈধভাৱে উইল প্ৰস্তুত কৰি থৈ যায়, তেন্তে তেওঁ নিজৰ পৰিয়ালৰ বাহিৰৰ যিকোনো ব্যক্তিৰ নামতো সম্পত্তি লিখি দিব পাৰে। লি ইতিমধ্যে নিজৰ উইল চাংহাই উইল ৰেজিষ্ট্ৰেচন চেণ্টাৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰাইছে। নিয়ম অনুসৰি, তেওঁৰ মৃ*ত্যুৰ পিছত সেই বন্ধুজনে ৬০ দিনৰ ভিতৰত সম্পত্তিৰ দাবী জনাব লাগিব। অন্যথা তেওঁ সেই অধিকাৰ হেৰুৱাব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

August 24, 2026
Next Post
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

'মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো'

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.