• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

7 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

2 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

2 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

3 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

4 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

6 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

7 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

8 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

9 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

10 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

11 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

পাকঘৰৰ কোন ঠাইত কি কি সামগ্ৰী ৰাখিব?

editor by editor
July 21, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ
0
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সংস্কৃতিত পাকঘৰৰ পৱিত্ৰতাক বিশেষ গুৰুত্ব দিয়া হয়। বিশ্বাস অনুসৰি, গা ধুই লোৱাৰ পাছতহে আহাৰ ৰন্ধা উচিত। গা নোধোৱাকৈ ৰন্ধা-বঢ়া কৰিলে নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায় আৰু ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে বুলি ধাৰণা কৰা হয়। বাস্তু শাস্ত্ৰ অনুসৰি, সঠিক দিশত পাকঘৰ স্থাপন, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু মা অন্নপূৰ্ণাৰ পূজা কৰিলে ঘৰলৈ সুখ-সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়।

কিয় গা নোধোৱাকৈ আহাৰ ৰান্ধিব নালাগে?

হিন্দু ধৰ্মত পৱিত্ৰতাৰ বিশেষ মৰ্যাদা আছে। গা নোধোৱাকৈ কোনো শুভ কাম কৰাটো অশুভ বুলি ধৰা হয়। আনকি বিশ্বাস অনুসৰি, দেৱ-দেৱীয়েও গা নোধোৱাকৈ ৰন্ধা আহাৰ গ্ৰহণ নকৰে বুলি জনবিশ্বাস আছে। পাকঘৰক মা অন্নপূৰ্ণাৰ বাসস্থান বুলি মানি ইয়াক সদায় পৰিষ্কাৰকৈ ৰাখিবলৈ কোৱা হয়। বাস্তু শাস্ত্ৰ অনুসৰি, গা নোধোৱাকৈ আহাৰ ৰান্ধিলে শৰীৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মতে, এনে কৰিলে জন্মকুণ্ডলীত ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ বৃদ্ধি হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। এনে আহাৰ গ্ৰহণ কৰিলে পৰিয়ালৰ সদস্যসকলৰ মানসিক আৰু শাৰীৰিক অসুস্থতাৰ আশংকাও বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। গা নোধোৱাকৈ ৰন্ধা বা খোৱা আহাৰক তামসিক আহাৰ বুলি গণ্য কৰা হয়।

দক্ষিণ-পূব দিশত পাকঘৰ শুভ

বাস্তু শাস্ত্ৰ অনুসৰি, দক্ষিণ-পূব (অগ্নিকোণ) দিশত থকা পাকঘৰ আটাইতকৈ শুভ বুলি ধৰা হয়। এই দিশ অগ্নি তত্ত্বৰ সৈতে জড়িত। যদি এই দিশত পাকঘৰ স্থাপন কৰা সম্ভৱ নহয়, তেন্তে উত্তৰ-পশ্চিম দিশো বাছনি কৰিব পাৰি। আনহাতে, আহাৰ ৰন্ধাৰ সময়ত পূব দিশলৈ মুখ কৰি ৰন্ধাটো শুভ বুলি কোৱা হয়।

পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখক

পাকঘৰত বস্তুবোৰ এলাগে-থেলাগে কৰি ৰাখাটো শুভ বুলি ধৰা নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি, য’ত অপৰিষ্কাৰ বা অব্যৱস্থিত পৰিৱেশ থাকে, তাত ইতিবাচক শক্তি কম থাকে। সেয়েহে আহাৰ ৰন্ধাৰ আগত আৰু পাছত পাকঘৰ ভালদৰে চাফা কৰিব লাগে। লগতে, ৰাতি খোৱাৰ পিছত বাচন-বৰ্তন এৰি থৈ নিদিয়াই ভাল বুলি কোৱা হয়।

পাকঘৰত পানীৰ স্থান ক’ত হ’ব?

বাস্তু শাস্ত্ৰ অনুসৰি, খোৱাৰ পানী উত্তৰ বা ঈশান (উত্তৰ-পূব) দিশত ৰখা উচিত। ইয়াৰ ফলত ঘৰত ভাৰসাম্য আৰু ইতিবাচক শক্তি বজাই থাকে বুলি বিশ্বাস কৰা হয়। গেছ চৌকা আৰু বাচন ধোৱা ছিংক একেলগে নৰখাই ভাল। যদি একে ঠাইত ৰাখিবলগীয়া হয়, তেন্তে দুয়োটাৰ মাজত কিছু দূৰত্ব ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।

আহাৰ ৰন্ধাৰ আগতে মা অন্নপূৰ্ণাক স্মৰণ কৰক

বহু হিন্দু পৰিয়ালত আহাৰ ৰন্ধাৰ আগতে মা অন্নপূৰ্ণাক স্মৰণ কৰি পূজা কৰা হয়। ইয়াৰ ফলত ঘৰত সুখ-সমৃদ্ধি আৰু অন্নৰ অভাৱ নোহোৱা বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও, পাকঘৰত কেতিয়াও খং, কাজিয়া বা কটু ভাষা ব্যৱহাৰ নকৰিবলৈ কোৱা হয়। বিশ্বাস অনুসৰি, যি ঠাইত আহাৰ প্ৰস্তুত কৰা হয়, সেই ঠাইত শান্ত আৰু ইতিবাচক পৰিৱেশ বজাই ৰখাটো অতি প্ৰয়োজনীয়।

উল্লেখযোগ্য কথাটো হৈছে ওপৰৰ তথ্যসমূহ ধৰ্মীয় বিশ্বাস, বাস্তু শাস্ত্ৰ আৰু জ্যোতিষীয় ধাৰণাৰ ওপৰত আধাৰিত। এই দাবীসমূহ বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত বুলি ধৰা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bastufood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.