• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

2 months ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

21 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

41 minutes ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

কেনেকৈ আৰু ত চাব পাৰিব মেচসমূহ?

editor by editor
July 23, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰাশাজনক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণ সামৰি এইবাৰ টীম ইণ্ডিয়া উপস্থিত হৈছে জিম্বাবুৱেত। জিম্বাবুৱেত শ্ৰেয়াছ আয়াৰবাহিনীয়ে তিনিখন T20 মেচৰ এটা শৃংখলাত অৱতীৰ্ণ হ’ব। জিম্বাবুৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাটোৰ আজি প্ৰথমখন মেচ। মেচখন অনুষ্ঠিত হ’ব জিম্বাবুৱেৰ হাৰাৰে স্পৰ্টছ গ্ৰাউণ্ডত। জিম্বাবুৱে অভিমুখী টীম ইণ্ডিয়াৰ এই দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব গম্ভীৰৰ পৰিৱৰ্তে দিয়া হৈছে ভি ভি এছ লক্ষ্মণক।

এতিয়াও প্ৰথমটো জয়ৰ অপেক্ষাত শ্ৰেয়াছ আয়াৰ

টীম ইণ্ডিয়াৰ T20ৰ কেপ্টেইনৰ দায়িত্ব লোৱাৰ পিছৰে পৰা শ্ৰেয়াছ আয়াৰে এই পৰ্যন্ত এখনো মেচত জয়ৰ মুখ দেখা নাই। প্ৰথমে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন আৰু পৰৱৰ্তী সময়ত ইংলেণ্ডৰ বিৰুদ্ধে ৪খন মেচত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোৰে শ্ৰেয়াছ আয়াৰে টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে আৰম্ভণি কৰিছিল। টীম ইণ্ডিয়াতকৈ তুলনামূলকভাৱে দুৰ্বল বুলি ভবা আয়াৰলেণ্ডৰ বিৰুদ্ধে হোৱাইট ৱাশ্ব হৈছিল টীম ইণ্ডিয়া। ইয়াৰ পিছতে ইংলেণ্ডৰ বিৰুদ্ধেও হোৱাইট ৱাশ্বৰ সন্মুখীন হ’বলগীয়া হৈছিল বিশ্ব চেম্পিয়ন দলটো। জিম্বাবুৱেও টীম ইণ্ডিয়াৰ তুলনাত তুলনামূলকভাৱে দুৰ্বল যদিও আয়াৰলেণ্ডৰ পৰা পোৱা শিক্ষা মনত ৰাখিব, সেয়েহে ভাৰতে পূৰ্ণ শক্তিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে।

বৈভৱ সূৰ্যবংশীৰ ওপৰত সকলোৰে থাকিব দৃষ্টি

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এই শৃংখলাটোৰ মুখ্য আকৰ্ষণ হৈছে বৈভৱ সূৰ্যবংশী। সঞ্জু ছেমছনৰ অনুপস্থিতিত বৈভৱ সূৰ্যবংশীয়ে শৃংখলাৰ আটাইকেইখন মেচত সুযোগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ১৫ জনীয়া দলটোত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ জাৰ্ছী পৰিধান কৰাৰ সুযোগ লাভ কৰা প্ৰভছিমৰন সিঙৰ ৰূপত আন এজন অপেনাৰো আছে। কিন্তু উইকেটকীপাৰ বেটাৰ ঈষাণ কিষাণৰ উপস্থিতিত প্ৰভছিমৰনে এতিয়াই মূল একাদশত সুযোগ পোৱাৰ আশা ক্ষীণ। বৈভৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰথম তিনিখন মেচ অনুৰাগীয়ে আশা কৰা ধৰণে নহল। গতিকে জিম্বাবুৱেৰ বিৰুদ্ধে মেচকেইখনত IPLত দেখা বৈভৱজনক পুনৰাই দেখা পাব বুলি নিঃসন্দেহে আশা কৰিছে। ইপিনে প্ৰতিপক্ষৰ বলিং লাইন আপত ব্লেছিং মুজৰবানী আৰু ছিকন্দৰ ৰাজাৰ দৰে দুগৰাকী বিশ্বমানৰ বলাৰ আছে। সেই কথাও টীম ইণ্ডিয়াৰ বেটাৰসকলে মনত ৰাখিব লাগিব।

ভাৰতীয় অনুৰাগীসকলে ক’ত চাব এই মেচকেইখন?

মেচকেইখন ভাৰতীয় সময় অনুসৰি আবেলি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’ব। সাধাৰণে টীম ইণ্ডিয়াৰ সকলো মেচ জিঅ হটষ্টাৰত পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা থাকে। কিন্তু জিম্বাবুৱেৰ বিৰুদ্ধে এই মেচকেইখন ভাৰতীয় অনুৰাগীসকলে জিঅ’ হটষ্টাৰত চাবলৈ নাপাব। জিঅ’ হটষ্টাৰে মেচকেইখনৰ পোনপটীয়া সম্প্ৰচাৰৰ দায়িত্ব লোৱা নাই। ভাৰতীয় অনুৰাগীসকলে মেচকেইখন fancode নামৰ মোবাইল এপটোৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও টেলিভিছনত united 8 sportsত মেচকেইখন উপভোগ কৰিব পাৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Idnian Cricket TeamVaibhav Sooryavanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’
অপৰাধ

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

September 27, 2026
Next Post
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.