• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

3 months ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

25 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

49 minutes ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

2 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

2 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

3 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

3 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

4 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

4 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

কাৰ বিৰুদ্ধে ছানভীৰ এই গুৰুতৰ অভিযোগ?

editor by editor
July 23, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেলিভিছনৰ অভিনেত্ৰী ছানভী তালৱাৰে অভিনেতা কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ছানভীয়ে দাবী কৰে যে, টিভি ধাৰাবাহিক ‘য়ে কহাঁ আ গয়ে হম’ৰ শ্বুটিঙৰ সময়ত কৰণে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ আৰু মাৰপিট কৰিছিল। ছানভীয়ে কৰণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এদিন এটা দৃশ্যৰ শ্বুটিং চলি থকাৰ সময়ত পৰিচালকে ACTION টেক দিয়াৰ আগতেই কৰণে হঠাতে ছানভীক জোৰকৈ চুম্বন কৰিছিল আৰু ইয়াৰ প্ৰতিক্ৰিয়াত ছানভীয়ে কৰণক প্ৰচণ্ড চৰ শোধাইছিল। ইয়াৰ পিছতে কৰণ কুন্দ্ৰাই ছানভী উপৰ্যুপৰি চৰ শধোৱাৰ উপৰিও শাৰীৰিকভাৱেও প্ৰহাৰ কৰিছিল। ছানভীৰ এই অভিযোগে সকলোকে আচৰিত কৰিছে। সামাজিক মাধ্যমতো ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে, এতিয়ালৈকে কৰণ কুন্দ্ৰা বা তেওঁৰ প্ৰেমিকা তেজস্বী প্ৰকাশে এই অভিযোগৰ ওপৰত কোনো প্ৰতিক্ৰিয়া জনোৱা নাই। ছানভীয়ে লগতে কয় যে-কৰণে মোক শাৰীৰিকভাৱেও ছেটত প্ৰহাৰ কৰিছিল। মোৰ লগতে মোৰ পৰিয়ালক লৈও সকলোৰে সন্মুখত গালি-গালাজ পাৰিছিল কৰণে।

ছানভীয়ে লগতে কয় যে, সেই সময়ত ছেটত উপস্থিত কোনেও তেওঁৰ পক্ষ লোৱা নাছিল। অৱশ্যে পিছত প্ৰযোজক একতা কাপুৰে কৰণৰ হৈ তেওঁৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তেওঁক সমৰ্থন জনাইছিল। ইয়াৰ ফলত তেওঁৰ বাবে কাম কৰাটো কিছু সহজ হৈছিল। ছানভীয়ে এই কথাও জনায় যে, সেই সময়ত কৰণে অভিনেত্ৰী অনুষা ডাণ্ডেকাৰক ডেট কৰি আছিল। ঘটনাটোৰ বিষয়ে জানিব পাৰি অনুষাও ছেটলৈ আহিবলৈ আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ পিছতো কৰণ আৰু পৰিচালকে তেওঁৰ বাবে কামৰ পৰিৱেশ কঠিন কৰি তুলিছিল বুলি ছানভীয়ে অভিযোগ কৰে।

ইপিনে The GlamWorld Talksক দিয়া এটা সাক্ষাৎকাৰত ছানভীয়ে কয় যে, যেতিয়া তেওঁ নিজৰ অধিকাৰৰ বাবে মাত মাতিছিল, তেতিয়া পৰিচালকে তেওঁৰ অভিনয় ক্ষমতাক লৈয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। যদিও তেওঁ পৰিচালকৰ নাম প্ৰকাশ কৰা নাই, তথাপিও উক্ত ধাৰাবাহিকখনৰ সৈতে দীপক বিঠোবা চৌহান, ৰঞ্জন কুমাৰ সিং আৰু ৰণদীপ শান্তাৰাম মহাডিক জড়িত আছিল।

উল্লেখযোগ্য যে, ছানভীয়ে ধাৰাবাহিকভাৱে বিভিন্ন সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে এই অভিযোগসমূহ উত্থাপন কৰি আহিছে। অৱশ্যে, এতিয়ালৈকে এই সমগ্ৰ বিষয়টোৰ ওপৰত কৰণ কুন্দ্ৰাই কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া দিয়া নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
Next Post
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.