বোকাখাতত বিধায়ক অতুল বৰাৰ কাৰ্যকালত একোৱেই কৰা নহ’ল! ৫ বছৰত একেটা পথকে দুবাৰকৈ আধাৰশিলা। অতুল বৰাক বৰ্জনৰ হুংকাৰ ৰাইজৰ।