• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ মানুহ ন্যায়ালয়লৈ গৈ কি লাভ, চেণ্ডেলহে ক্ষয় যাবঃ কিয় ক’লে ৰঞ্জন গগৈয়ে

সাধাৰণ মানুহ ন্যায়ালয়লৈ গৈ কি লাভ, চেণ্ডেলহে ক্ষয় যাবঃ কিয় ক’লে ৰঞ্জন গগৈয়ে

6 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

17 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

39 minutes ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

53 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

2 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

3 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

4 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

5 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

6 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

7 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাধাৰণ মানুহ ন্যায়ালয়লৈ গৈ কি লাভ, চেণ্ডেলহে ক্ষয় যাবঃ কিয় ক’লে ৰঞ্জন গগৈয়ে

editor by editor
February 14, 2021
in ভাৰত
0
সাধাৰণ মানুহ ন্যায়ালয়লৈ গৈ কি লাভ, চেণ্ডেলহে ক্ষয় যাবঃ কিয় ক’লে ৰঞ্জন গগৈয়ে
0
SHARES
60.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰায়ে আঙুলি উঠে যদিও এইবাৰ সেই কথাক নিশ্চিত কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। কলকাতাত ‘ইণ্ডিয়া টুডে’ই আয়োজন কৰা এক অনুষ্ঠানত ভাগ লৈ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আমাৰ ন্যায় ব্যৱস্থা অত্যন্ত জটিল আৰু জৰাজীর্ণ, যিয়ে ন্যায় বিচাৰ প্ৰদানত প্ৰায় ব্যর্থ হয়। পূর্ব মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয় যে ভাৰতীয় ন্যায় ব্যৱস্থা এনেকুৱা পর্যায় পাইছেগৈ যে মানুহে আদালতলৈ গৈ পিছত অনুশোচনাত ভুগিবলগীয়া হয়। এতিয়া ন্যায়ালয় সাধাৰণ মানুহে ঢুকি পোৱাৰ বাহিৰত, কেৱল ধনী আৰু ক’র্পৰেট গোষ্ঠীৰ বাবেহে যেন ন্যায়ালয়। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়— ‘মোৰ এই কথা কোৱাত কোনা দ্বিধা নাই যে ন্যায়ালয়লৈ কোন যায়? নায়ালয়লৈ গৈ কি লাভ আছে? আপুনি যদি ন্যায়ালয়লৈ যায় তেন্তে অনুশোচনাত ভুগিব লাগিব। ক’র্পৰেট গোষ্ঠীৰ লোকে সুযোগ লোৱাৰ বাবে ন্যায়ালয়লৈ যায়। তাত যদি তেওঁলোক সফল হয়, তেন্তে কোটি টকা লাভ হয়। সাধাৰণ মানুহে ন্যায়ালয়লৈ গ’লে ন্যায়ৰ পোৱাৰ পৰিৱর্তে চেণ্ডেলহে ক্ষয় যাব।’ প্ৰাক্তন মুখ্য ন্যায়াধীসগৰাকীয়ে আৰু কয় যে আমি ৫ ত্ৰিলিয়ন মার্কিন ডলাৰ অর্থনীতিৰ দেশ বনাব বিচাৰো, কিন্তু দেশৰ ন্যায়াপালিকা তেনেই জুৰুলা। প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জনৰ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ranjan gogoisupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
মোৰ ফাগুন আছেহি আহি ৰৈ…

মোৰ ফাগুন আছেহি আহি ৰৈ…

পৰেশ বৰুৱাৰ ককায়েকৰ ওচৰত আঁঠু ল’লে ৰাম কুমাৰ, প্ৰণৱ গগৈৰ আত্মীয়ই

পৰেশ বৰুৱাৰ ককায়েকৰ ওচৰত আঁঠু ল’লে ৰাম কুমাৰ, প্ৰণৱ গগৈৰ আত্মীয়ই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.