• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

2 months ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

7 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

34 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

এইবাৰ ইৰান-ওমানৰ নিয়ন্ত্ৰণত থাকিব নেকি হৰমুজ ষ্ট্ৰেইট?

editor by editor
August 8, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ ষ্ট্ৰেইট সন্দৰ্ভত ইৰান আৰু ওমানৰ মাজত সম্ভাৱ্য চুক্তিৰ খবৰ ওলাইছে। খবৰ অনুসৰি এই জলপথৰ মাজেৰে জাহাজৰ যাতায়াত পৰিচালনাৰ ব্যৱস্থাৰ ক্ষেত্ৰত দুয়োখন দেশ পৰস্পৰে ওচৰ চাপিছে। এই সম্ভাৱ্য চুক্তিৰ অধীনত ইৰান আৰু ওমানে পৃথক পৃথক পথৰ জৰিয়তে হৰমুজৰ মাজেৰে সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ কৰিব পাৰিব। এটা পথ উত্তৰ ফালৰ পৰা পাৰস্য উপসাগৰৰ ফালে আৰু আনটো ওমানৰ উপকূলৰ দক্ষিণ ফালৰ পৰা হ’ব পাৰে।

আমেৰিকাৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পাৰে এই সম্ভাৱ্য ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ফক্স নিউজৰ ‘আমেৰিকা ৰিপ’ৰ্টছ’ত তেওঁ কয় যে যদি ইৰান আৰু ওমানে হৰমুজ ষ্ট্ৰেইটৰ মাজেৰে যাতায়াতৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ লাভ কৰে তেন্তে ই আমেৰিকাৰ বাবে কূটনৈতিক ক্ষেত্ৰতো হ’ব “অতি ভয়ংকৰ পৰিণতি” হ’ব পাৰে। এস্পাৰে লগতে কয় যে-‘দুয়োখন দেশেই জলপথৰ পৰিচালনাৰ দায়িত্ব ল’ব পাৰে। যাত্ৰী বা জাহাজৰ পৰা কোনো মাচুল লোৱা হ’ব নে নহয় সেয়া স্পষ্ট নহয়। কিন্তু ইৰান আৰু ওমানে যদি কোনো ধৰণে সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ কৰে তেন্তে সেয়া আমেৰিকাৰ বাবে প্ৰতিকূল হব।’

মাৰ্ক এস্পাৰে এই সম্ভাৱ্য চুক্তিত আমেৰিকাৰ ভূমিকা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে আলোচনাত ব্যক্তিগতভাৱে জড়িত হোৱাৰ ইংগিত দিছে। ইফালে ইৰানৰ বিষয়াসকলে ৰাজহুৱাভাৱে আমেৰিকাই প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথাক অস্বীকাৰ কৰিছে। এস্পাৰৰ মতে এই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ইৰান আৰু ওমানৰ মাজত সঁচাকৈয়ে চুক্তি কৰা হৈছে নেকি আৰু যদি হৈছে তেন্তে ইয়াত আমেৰিকাৰ কি ভূমিকা আছে।

পাৰ্চী উপসাগৰ আৰু আৰব সাগৰৰ মাজত অৱস্থিত হৰমুজ ষ্টেইট বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় পথ। উপসাগৰীয় অঞ্চলৰ পৰা উৎপত্তি হোৱা খাৰুৱা তেল আৰু শক্তিজাত সামগ্ৰীৰ এক উল্লেখযোগ্য অংশ এই পথৰ মাজেৰে পাৰ হৈ যায়। গতিকে যিকোনো দেশ বা দেশৰ দ্বাৰা এই জলপথৰ নিয়ন্ত্ৰণে বিশ্ব শক্তি যোগান আৰু তেলৰ মূল্যত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে।

যদিহে ইৰান আৰু ওমানৰ মাজত হৰমুজ জলদ্বীপৰ মাজেৰে সামুদ্ৰিক যাতায়াতৰ সন্দৰ্ভত নতুন ব্যৱস্থা কৰা হয়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল দুয়োখন দেশতে সীমাবদ্ধ নাথাকিব। আমেৰিকাকে ধৰি প্ৰধান অৰ্থনীতিৰ দেশসমূহে এই জলপথৰ নিৰাপত্তা আৰু বাধাহীন প্ৰবাহৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰে। এই কাৰণেই এস্পাৰে ইৰাণ-ওমানৰ সম্ভাৱ্য চুক্তিক আমেৰিকাৰ স্বাৰ্থৰ বাবে গুৰুতৰ চিন্তাৰ বিষয় বুলি অভিহিত কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live24iran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
Next Post
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.