• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

1 hour ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

2 minutes ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

40 minutes ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

2 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

20 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

20 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

21 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

22 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

22 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

23 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

24 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

1 day ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ‘বন্দে মাতৰম’ক লৈ বিতৰ্ক?

editor by editor
August 15, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো পতাকা উত্তোলন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত দলৰ নেতা-কৰ্মীসকলে দেশৰ স্বাধীনতা আন্দোলনত অৱদান আগবঢ়োৱা স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰে। অনুষ্ঠানৰ মাজতে ‘বন্দে মাতৰম’ৰ সম্পূৰ্ণ সংস্কৰণ গোৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়। প্ৰতিবেদন অনুসৰি, পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত ‘বন্দে মাতৰম’ৰ সম্পূৰ্ণ সংস্কৰণ গোৱাৰ ক্ষেত্ৰত ছোনিয়া গান্ধীয়ে আপত্তি প্ৰকাশ কৰা দেখা যায়।

এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ’ও প্ৰকাশ পাইছে। ভিডিঅ’টোত ছোনিয়া গান্ধীয়ে ‘বন্দে মাতৰম’গানটো বাজি থকা সময়ত হাতৰে ইংগিত দিয়া দেখা যায়। অৱশ্যে কি উদ্দেশ্যে এই ইংগিত দিয়া হৈছিল তাৰ নিশ্চিত তথ্য পোহৰলৈ অহা নাই। সেই সময়ত তেওঁৰ কাষতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেও থিয় হৈ আছিল। একেদৰে ৰাহুল গান্ধীকো হাতৰে ইংগিত কৰা দেখা যায়। এই বিষয়টো সন্দৰ্ভত কংগ্ৰেছ নেতা শ্বকীল আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে-কংগ্ৰেছৰ কাৰ্যসূচীত পূৰ্বৰে পৰাই ‘বন্দে মাতৰম’ৰ দুটা স্তৱক গোৱা হৈ আহিছে। কিন্তু এইবাৰ অনুষ্ঠানত ছয়টা স্তৱক গোৱা হয়। শ্বকীল আহমেদে লগতে কয় যে কংগ্ৰেছৰ সৈতে ‘বন্দে মাতৰম’ৰ সম্পৰ্ক বহু পুৰণি। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ পৰাই কংগ্ৰেছৰ বিভিন্ন কাৰ্যসূচীত এই গীতটো গোৱা হৈ আহিছে। অৱশ্যে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ‘বন্দে মাতৰম’ গীতটো পৰিৱেশন কৰাক লৈ ৰাহল গান্ধী আৰু ছোনিয়া গান্ধীৰ এই ইংগিতৰ প্ৰকৃত কাৰণ কি সেই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই দুয়োগৰাকী কংগ্ৰেছ নেতৃত্বই।

এইবাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানতো ‘বন্দে মাতৰম’ৰ সম্পূৰ্ণ সংস্কৰণ গোৱাক লৈ বিশেষ চৰ্চা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা উত্তোলন কৰাৰ পূৰ্বে ‘বন্দে মাতৰম’ গীতটো পৰিৱেশন কৰা হয়। ‘বন্দে মাতৰম’ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে গভীৰভাৱে জড়িত এক গুৰুত্বপূৰ্ণ গীত। দীৰ্ঘদিন ধৰি দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় অনুষ্ঠানত ইয়াৰ নিৰ্বাচিত স্তৱকসমূহ পৰিৱেশন কৰা হৈ আহিছে। এইবাৰ সম্পূৰ্ণ সংস্কৰণৰ পৰিৱেশনে নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CongressRahulGandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ
ভাৰত

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

August 15, 2026
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?
ভাৰত

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

August 15, 2026
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
Next Post
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.