• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

2 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

34 seconds ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

16 minutes ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

57 minutes ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

2 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

3 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

4 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

5 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

6 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

6 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

7 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

নিজতকৈ ২০ বছৰে সৰু অনুৰাগৰ কইনা

editor by editor
August 16, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘গেংগছ অব ৱাছেপুৰ’ৰ পৰিচালক অনুৰাগ কাশ্যপে ব্যক্তিগত জীৱনত বহু উত্থান-পতনৰ সন্মুখীন হৈছে। দুবাৰকৈ বিয়া হৈ যোৱা কেইবছৰমানৰ পৰা তেওঁৰ তুলনাত ২০ বছৰ সৰু প্ৰেমিকা শুভ্ৰা চেট্টীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে। এতিয়া তৃতীয় বিৱাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিচালকগৰাকীয়ে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ নিজৰ সম্পৰ্ক আৰু শুভ্ৰাক বিয়া কৰাব নে নাই সেই বিষয়ে মুকলিকৈ কয়। লগতে শুভ্ৰাৰ লগত থকা তেওঁৰ বন্ধন আৰু বিৱাহ সম্পৰ্কে শুভ্ৰাই নিজে কি ভাবে সেই কথাও প্ৰকাশ কৰে।

অনুৰাগ কাশ্যপে, নিজৰ সম্পৰ্কৰ কথা কওঁতে কয়, “শুভ্ৰাৰ লগত থাকি মই বৰ সুখী। তেওঁৰ লগত মই দীঘলীয়া সময় থাকিব বিচাৰো, হয়তো জীৱনৰ শেষ সময়লৈ। তেওঁৰ বাবে যি কৰিব লাগে মই মোৰ সামৰ্থ অনুযায়ী কৰি যাম। ইমানখিনি শক্তি আৰু সাহস মোৰ আছে। এজন বৃদ্ধৰ বাবে প্ৰেমৰ নিৰাপত্তাহীনতা কি? কেৱল প্ৰেমিকাক প্ৰেম ঘূৰাই দিব পৰাকৈ সুস্থ হৈ থাকিব পাৰিলেই যথেষ্ট। কাৰণ প্ৰেমৰ প্ৰতিদান দিব নোৱাৰিলে কি হ’ব সকলোৱে জানে, জীৱনটো তেনেকুৱাই। গতিকে মই এই বিষয়ে তেনেকৈয়ে ভাবো। যেতিয়ালৈকে মোৰ ওচৰত যি আছে তেতিয়ালৈকে তেওঁক লৈ মই সুখী। মই কেৱল তেওঁক হেৰুৱাব নিবিচাৰো।”

অনুৰাগ কাশ্যপ নব্বৈৰ দশকত চলচ্চিত্ৰত অভিষেক ঘটাইছিল। ১৯৯৭ চনত আৰতি বাজাজৰ সৈতে বিৱাহপাশত আবদ্ধ হৈছিল।

২০০৯ চনত তেওঁলোকৰ বিৱাহ বিচ্ছেদ হয়। তেওঁলোকৰ দুয়োৰে এগৰাকী কন্যা আছে, তেওঁৰ নাম আলিয়া কাশ্যপ। ইয়াৰ পিছত ২০১১ চনত তেওঁৰ ছবি Dev.Dৰ অভিনেত্ৰী কল্কি ক’চলিনৰ সৈতে বিৱাহপাশত আবদ্ধ হৈছিল। কল্কিৰ সৈতে চাৰি বছৰৰ সংসাৰ কৰাৰ পিছতে ২০১৫ চনত তেওঁলোকৰ বিৱাহ বিচ্ছেদ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.