• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

2 months ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

1 hour ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

2 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

2 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

3 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

4 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

5 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

5 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

5 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

6 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

7 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

8 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

এয়া দুৰ্ঘটনা নে আন কিবা?

editor by editor
August 20, 2026
in বিবিধ, বিশ্ব, লেখা
0
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেনিয়াত ছাফাৰি ভ্ৰমণৰ সময়ত সংঘটিত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৭জন লোকৰ মৃ*ত্যু ঘটিছে। ১৯ আগষ্টত উত্তৰ কেনিয়াৰ ছাম্বুৰু কাউণ্টিৰ মাউণ্ট অলোলোকৱেৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। হেলিকপ্টাৰখনত ৬জন যাত্ৰী আৰু এজন পাইলট আছিল। কেনিয়া চিভিল এভিয়েচন অথৰিটিয়ে জনোৱা অনুসৰি, হেলিকপ্টাৰখন পুৱা প্ৰায় ৯:১৩ বজাত লইছাবা কনজাৰভেন্সীৰ পৰা ইৱাছ’ নিয়ৰো অঞ্চললৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটো মাউণ্ট অলোলোকৱেৰ ওচৰৰ দুৰ্গম অঞ্চলত সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযানতো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ঘটনাস্থলীত জুই আৰু ধোঁৱাৰ সৃষ্টি হৈছিল বুলি উদ্ধাৰকাৰী সংস্থাসমূহে জনাইছে। কেনিয়া ৰেড ক্ৰছসহ বিভিন্ন সংস্থাই উদ্ধাৰ আৰু মৃ*তদেহ উদ্ধাৰৰ কামত অংশগ্ৰহণ কৰে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । ঘটনা সন্দৰ্ভত কেনিয়া এয়াৰ এক্সিডেণ্ট ইনভেষ্টিগেচন বিভাগে তদন্ত আৰম্ভ কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি, দুৰ্ঘটনাত মৃ*ত্যু হোৱা লোকসকলৰ ভিতৰত পাঁচজন আমেৰিকাৰ নাগৰিক আছিল। নিহতসকলৰ ভিতৰত আছিল পাইলট জোছ আউট্ৰাম, মাৰ্কিন সংবাদকৰ্মী জোছ আলবাৰ্টো ছুৱাৰেজ, মিচেল ছেন্সি, ষ্টেফানী হলিহান, ৰ’জাৰ এডৱাৰ্ড ডুৱাৰ্টে, এডাম হ্লাভাটি আৰু হেনৰী পাৰা। হেলিকপ্টাৰখন লেডী লৰী হেলিকপ্টাৰ্ছৰ দ্বাৰা পৰিচালিত Eurocopter EC130 B4 আছিল। ই লইছাবা কনজাৰভেন্সীৰ পৰা ইৱাছ’ নিয়ৰো নদী অঞ্চললৈ যাত্ৰা কৰিছিল। এই অঞ্চলটো কেনিয়াৰ বিখ্যাত বন্যপ্ৰাণী আৰু ছাফাৰী পৰ্যটনৰ অন্যতম কেন্দ্ৰ।

এই দুৰ্ঘটনাই কেৱল কেনিয়াতে নহয়, আমেৰিকা আৰু ইকুৱেডৰতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পাঁচজন আমেৰিকান নাগৰিকৰ মৃত্যুৰ বিষয়টো আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টে নিশ্চিত কৰিছে আৰু আমেৰিকাৰ দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পৰিয়ালসমূহক কনছুলাৰ সহায় আগবঢ়াইছে। ইকুৱেডৰ চৰকাৰেও মিচেল ছেন্সি-কণ্টুগি আৰু তেওঁৰ পত্নীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

বৰ্তমান তদন্তৰ মূল লক্ষ্য হৈছে হেলিকপ্টাৰখন কিয় দুৰ্ঘটনাত পতিত হ’ল, সেই বিষয়ে তথ্য সংগ্ৰহ কৰা। বিমানখনৰ কাৰিকৰী অৱস্থা, উৰণৰ পৰিস্থিতি আৰু দুৰ্ঘটনাৰ সময়ৰ অন্যান্য বিষয় পৰীক্ষা কৰা হ’ব। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24helicopter crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

'বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.