• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত আচলতে কি হৈছিল?

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত আচলতে কি হৈছিল?

1 day ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

4 minutes ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

2 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

3 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

3 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

3 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

4 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

5 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

5 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

7 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

7 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

7 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত আচলতে কি হৈছিল?

শ্বুটিঙত এনে কি ঘটনা ঘটিছিল?

editor by editor
August 26, 2026 - Updated on August 27, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত আচলতে কি হৈছিল?
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰী তথা কন্টেন্ট ক্ৰিয়েটৰ তানিয়া চট্টোপাধ্যায় Bold চৰিত্ৰৰ বাবে পৰিচিত। কেইবাখনো ধাৰাবাহিকত বল্ড দৃশ্যতো অভিনয় কৰিছে। ‘গন্দি বাত ৪’ চিৰিজত অভিনয় কৰে অভিনেত্ৰীজনীয়ে। যি চিৰিজখনে চৰ্চা লাভ কৰিছিল।

এসময়ত জনপ্ৰিয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ সৈতে বিতৰ্কত লিপ্ত হৈছিল তেওঁ। সকলো আৰম্ভ হৈছিল যেতিয়া তানিয়াই দাবী কৰিছিল যে যুজবেন্দ্ৰ চাহালে তেওঁক কিছুমান মেছেজ পঠিয়াইছে। তেওঁৰ মতে, তাৰকা বলাৰগৰাকীয়ে তেওঁক ‘কিউট’ বুলি অভিহিত কৰিছিল। পিছত ক্ৰিকেটাৰ দলটোৱে তানিয়াৰ সৈতে যোগাযোগ কৰি ভিডিঅ’টো ডিলিট কৰিবলৈ অনুৰোধ জনায়। পিছত যুজবেন্দ্ৰ চাহালে তানিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। জানিব পৰা মতে তানিয়াই পাপাৰাজীৰ লগত কথা পাতিছিল; তাত তেওঁ মানহানিৰ গোচৰটো নিশ্চিত কৰি কয় যে তেওঁ আশা কৰা নাছিল যে বিষয়টো ইমান বিয়পিব বা ভাইৰেল হ’ব।

তানিয়াই এটা পুৰণি সাক্ষাৎকাৰত কৈছিল যে এখন ধাৰাবাহিকৰ শ্বুটিঙৰ সময়ত তেওঁৰ সহ অভিনেতাই তেওঁক অতি অস্বস্তিকৰ পৰিস্থিতিত পেলাইছিল। তানিয়াক সোধা হৈছিল যে অভিনেত্ৰীগৰাকীয়ে কি কৰিলে যাৰ বাবে তেওঁক অস্বস্তিত পেলাইছে। তানিয়া চেটাৰ্জীয়ে কয়, “মোৰ প্ৰথম চিৰিজখন আছিল ‘কাছাক’। সেই ধাৰাবাহিকখনৰ সমগ্ৰ ক্ৰু বিখ্যাত আছিল।”

চিৰিজখনত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। শ্বুটিঙৰ সময়ত এজন সহ অভিনেতাই তেওঁক অতি অস্বস্তিত পেলাইছিল। অভিনেতাজনে মোক পিছফালৰ পৰা সাৱটি ধৰি অশ্লীল ৰূপত ঠেলি দিছিল। দৃশ্যটোত দেখা গৈছিল প্ৰেমিক-প্ৰেমিকাৰ সম্পৰ্ক। দুয়োৰে মাজত গভীৰ প্ৰেম আছিল। তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল।

তেওঁৰ লগতে ক’লে যে সেই দৃশ্যটোৰ সময়ত অভিনেতাজন অত্যধিক উত্তেজিত হৈ পৰা যেন অনুভৱ হৈছিল। মোক পিছফালৰ পৰা সাৱটি ধৰি অশ্লীল ৰূপত ঠেলিবলৈ ধৰিলে। তনয়াই বল্ড শ্ব’ আৰু মিউজিক ভিডিঅ’ত কাম কৰিছে। ইনষ্টাগ্ৰামতো তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব স্পষ্ট হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24bollywood news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
Next Post
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.