• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

1 hour ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

20 seconds ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

44 minutes ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

2 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

2 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

3 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

16 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

17 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

17 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

19 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

'মহাভাৰত' ধাৰাবাহিকৰ ভীমক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

editor by editor
September 21, 2026
in বিনোদন, বিবিধ, লেখা
0
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টিভিৰ পৰ্দাত তেওঁ আছিল ‘মহাভাৰত’ৰ শক্তিশালী ভীম। যাৰ কাম আছিল অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া। কিন্তু বাস্তৱত সেই অভিনেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তেওঁ এগৰাকী মহিলাক বিয়াৰ প্ৰতিশ্ৰুতি দি দিনৰ পিছত দিন প্ৰতাৰণা কৰাৰ। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে হাৰাশাস্তিৰ এজাহাৰো দাখিল কৰা হৈছে। আৰু এই ঘটনাৰ বাবেই ইতিমধ্যে আৰক্ষীয়ে তেওঁক মুম্বাই বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

এই সম্পৰ্ক কেনেকৈ আৰম্ভ হ’ল?

সৌৰভ গুৰ্জাৰ প্ৰথমে WWE মল্লযুঁজাৰু। কিন্তু ২০১৩-১৪ চনত সৰু পৰ্দাৰ ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল। এক প্ৰতিবেদন অনুসৰি ২০২১ চনত ইনষ্টাগ্ৰামত এগৰাকী মহিলাক লগ পাইছিল এই জনপ্ৰিয় অভিনেতাগৰাকীয়ে।ক্ৰমান্বয়ে তেওঁলোকে হোৱাটছএপত কথা পাতিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ সম্পৰ্ক বাঢ়ি আহিছিল। মহিলাগৰাকীয়ে লিখিত এজাহাৰত আৰক্ষীক জনাইছে যে সৌৰভে তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এটা সময়ত তেওঁলোকে আনকি আমেৰিকাতো একেলগে থাকিবলৈ আৰম্ভ কৰিছিল।

চাকৰি এৰি ভাৰতলৈ উভতি অহা

মহিলাগৰাকীয়ে দাবী কৰে যে সৌৰভেই তেওঁক আমেৰিকাত ভাল চাকৰি এৰিবলৈ পতিয়ন নিয়াইছিল। পৰিকল্পনা আছিল যে দুয়োজনে ভাৰতলৈ উভতি আহি একেলগে নতুন ব্যৱসায় আৰম্ভ কৰিব। সেই কথাত অন্ধভাৱে বিশ্বাস কৰি মহিলাগৰাকীয়ে নিজৰ কেৰিয়াৰ এৰি ভাৰতলৈ উভতি আহিল। কিন্তু তাৰ পিছত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হ’ল।

বিয়াৰ কথা কওঁতে অভিনেতাজন সলনি হ’ল

আৰক্ষীৰ সূত্ৰ অনুসৰি ভাৰতলৈ উভতি অহাৰ পিছত ২০২৫ চনৰ অক্টোবৰৰ পৰা ২০২৬ চনৰ মাৰ্চ মাহলৈকে দুয়ো একেলগে আছিল। কিন্তু মহিলাগৰাকীয়ে যেতিয়াই বিবাহৰ বিষয়টো উত্থাপন কৰিছিল তেতিয়াই সৌৰভে বিভিন্ন ধৰণে ইয়াক এৰাই চলিছিল। পিছত সৌৰভে ফোন নম্বৰটো ব্লক কৰি দিয়ে।

আৰক্ষীৰ জালত অভিনেতা

অসহায় মহিলাগৰাকীয়ে গাচিবৌলি আৰক্ষীৰ কাষ চাপিল। তাতেই অভিনেতাজনৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। খবৰ অনুসৰি সৌৰভক মুম্বাই বিমানবন্দৰত আবদ্ধ কৰি ৰাখিছে। তাৰ পৰা আৰক্ষীয়ে পোনে পোনে হায়দৰাবাদলৈ লৈ যায়। তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?
বিনোদন

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

September 21, 2026
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Next Post
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.