• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে NIAএ

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে NIAএ

5 years ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

25 minutes ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

1 hour ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

2 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

3 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

4 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

7 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

18 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

19 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

20 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে NIAএ

editor by editor
March 15, 2021
in অপৰাধ, ভাৰত
0
অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে NIAএ
0
SHARES
59.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪: সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিলে niaএ। এই গ্ৰেপ্তাৰৰ আঁৰত আছে এখন চিঠি। উদ্যোগপতি মুকেশ আম্বানিলৈ আহিছিল এখন ভাবুকিভৰা চিঠি। যিখন চিঠিক লৈ দেশজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। এই বিশেষ চিঠিখন এখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছিল। মুকেশ আম্বানিৰ ঘৰৰ বাহিৰত উদ্ধাৰ হোৱা স্কৰপিঅ’ গাড়ী এখনৰ ভিতৰত ভাবুকিভৰা চিঠিখনৰ লগতে উদ্ধাৰ হৈছিল ২০ খন ছুৰি। চিঠিখনত দুৰ্বৃত্তই লিখিছিল ‘য়ে টৌ ছিৰফ ট্ৰেইলাৰ হ্যে’। আকৌ যেতিয়া আহিম ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব। দেশৰ প্ৰভাৱশালী উদ্যোগপতিগৰাকীলৈ অহা এই চিঠিখনে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছিল তদন্ত। শনিবাৰে ঘটনা সন্দৰ্ভত niaএ আটক কৰে মুম্বাই আৰক্ষীৰ এনকাউণ্টাৰ স্পেছিয়েলিষ্ট শচীন বাজেক। শনিবাৰে নিশাৰে পৰা ১২ ঘণ্টা জুৰি niaএ জেৰা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে শচীন বাজেক। আনহাতে আজি niaএ তালাচী চলাব আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহত। উল্লেখযোগ্য যে এই আৰক্ষী বিষয়াগৰাকীয়েই গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক অৰ্ণৱ গোস্বামীক। যাৰ বাবে এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত্তত সোমাই পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arnab goswamiasom live 24assam live 24axom live 24nia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড
অপৰাধ

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

June 16, 2026
Next Post
ৰাজনীতিয়ে কোন শিল্পীৰ কপাল ফুলালে, কাৰ ফুটালে?

ৰাজনীতিয়ে কোন শিল্পীৰ কপাল ফুলালে, কাৰ ফুটালে?

এইবাৰ বোকাখাতত ‘ডাৰ্ক হৰ্ছ’ প্ৰণৱ দলে

এইবাৰ বোকাখাতত ‘ডাৰ্ক হৰ্ছ’ প্ৰণৱ দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.