য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। যি ভয় আছিল সেয়াই হ’ল। পুনৰ ‘বাঘ’ৰ সন্মুখত কমলা। ছয়গাঁৱত ৰেকিবুদ্দিনৰ সন্মুখত কমলা কলিতা। কমলা কলিতাক ৰাজনৈতিকভাৱে বধৰ কাৰ ষড়যন্ত্ৰ?