• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

1 hour ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

24 seconds ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

33 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

2 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

4 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

5 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

5 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

6 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

বিভিন্ন সমস্যাৰে জৰ্জৰিত ফ্ৰান্সৰ শিক্ষা বিভাগ!

editor by editor
October 5, 2026
in বিশ্ব, লেখা, শিক্ষা
0
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
0
SHARES
19
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ পৰা আৰম্ভ হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে এতিয়া সমগ্ৰ ফ্ৰান্সতে ব্যাপক ৰূপ ধাৰণ কৰিছে। বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, অধিক ছাত্ৰ থকা শ্ৰেণীকোঠা, বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থাৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই আন্দোলন এতিয়া ফ্ৰান্স চৰকাৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

এই আন্দোলনৰ আৰম্ভণি হৈছিল পেৰিছৰ সমীপৰ ক্ৰেটেইল অঞ্চলত। ২১ ছেপ্টেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় বন্ধ কৰি, বিদ্যালয়ৰ গেটত অৱস্থান ধৰ্মঘটৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। শিক্ষাৰ্থীৰ মূল অভিযোগ হৈছে— বহু বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ অভাৱ, শিক্ষকৰ খালী পদ পূৰণত ব্যৰ্থ, শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অত্যধিক, জাৰজীৰ্ণ বহু বিদ্যালয়ৰ ভৱন আৰু দুৰ্বল আন্তঃগাঁথনি, দীঘলীয়া পাঠদানৰ সময় আৰু অত্যধিক শৈক্ষিক চাপ। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ত নামভৰ্তিৰ Parcoursup ব্যৱস্থাক লৈও বহু ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টি আছে। এয়া কেৱল এখন বিদ্যালয় বা এটা অঞ্চলৰ সমস্যা নহয় বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰিছে। তেওঁলোকৰ মতে, বহু বছৰ ধৰি ফ্ৰান্সৰ চৰকাৰী শিক্ষা ব্যৱস্থাত পুঞ্জীভূত সমস্যাৰ ফলতেই এই বৃহৎ আন্দোলনৰ সৃষ্টি হৈছে।

আৰম্ভণিতে পেৰিছৰ উপকণ্ঠ অঞ্চলত সীমাবদ্ধ থকা এই আন্দোলন অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে। প্ৰাপ্ত তথ্য অনুসৰি, সম্প্ৰতি প্ৰায় ৪০০ৰ পৰা ৫০০খন বিদ্যালয় সম্পূৰ্ণ বা আংশিকভাৱে বন্ধ হৈ আছিল। শিক্ষা মন্ত্ৰালয়ৰ মতে, বিদ্যালয়সমূহত প্ৰতিবাদ আৰু অৱৰোধৰ ফলত শিক্ষাদান ব্যাপকভাৱে ব্যাহত হৈছে।

প্ৰতিবাদ শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল যদিও পিছলৈ কিছুমান স্থানত পৰিস্থিতি উত্তপ্ত হৈ পৰে। পেৰিছৰ লগতে লিলে, টোউলৌছে আদি চহৰতো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰ ঘটনা সংঘটিত হৈছে। কিছুমান স্থানত আৰক্ষীয়ে কন্দুৱা গেছ আৰু অন্যান্য নিয়ন্ত্ৰণমূলক ব্যৱস্থা ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। আনহাতে, একাংশ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ, বিদ্যালয়ত অগ্নিসংযোগ আৰু সম্পত্তি ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, বিগত সপ্তাহৰ পৰা এই পৰ্যন্ত প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে প্ৰায় ৮৫ শতাংশই কিশোৰ বুলি চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে। প্ৰতিবাদৰ সময়ত ছাত্ৰ, শিক্ষক আৰু সাধাৰণ লোক আহত হোৱাৰ লগতে সম্পত্তিৰ ক্ষতিৰ পৰিমাণো কেইবা মিলিয়ন ইউৰো হোৱা বুলি ফ্ৰান্স চৰকাৰে সদৰী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24france protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.