• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

1 hour ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

3 seconds ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

20 minutes ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

3 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

4 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

5 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

7 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

23 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

24 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

1 day ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

PM Kisan ই দেশৰ কোটি কোটি কৃষকক দিব ভাল খবৰ...

editor by editor
October 20, 2026
in বাণিজ্য, বিবিধ, লেখা
0
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৪ সংখ্যক কিস্তিৰ বাবে দেশৰ কৃষকসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছে। কিন্তু এতিয়ালৈকে কেতিয়া কিস্তি দিয়া হ’ব সেই সন্দৰ্ভত চৰকাৰে কোনো ঘোষণা কৰা নাই। যদিও জুন মাহত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২৩ সংখ্যক কিস্তিৰ ধন পৰিশোধ কৰা হৈছিল। অৰ্থাৎ অক্টোবৰ মাহত ২৪তম কিস্তিৰ ধন পৰিশোধৰ অন্তিম তাৰিখ সম্পূৰ্ণ হৈ আছে। কাৰণ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ কিস্তি চৰকাৰে চাৰি মাহৰ মূৰে মূৰে আদায় দিয়ে।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ টকা প্ৰদান কৰা হয়। অৰ্থাৎ প্ৰতি বছৰে মুঠ ৬ হাজাৰ টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ হয়। গতিকে অক্টোবৰ মাহত অহাৰ সম্ভাৱনা থকা এই কিস্তি ৰবি শস্য বীজ সিঁচা আৰু বীজ আৰু সাৰ ক্ৰয়ত ব্যস্ত কৃষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ।

অক্টোবৰত আহিব নেকি পি এম কিষাণৰ ২৪তম কিস্তি?

কৃষকৰ একাউণ্টলৈ কেতিয়া ২০০০ টকা প্ৰেৰণ কৰা হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে কোনো তথ্য দিয়া নাই। যদিও ২৪ সংখ্যক কিস্তিৰ সম্ভাৱ্য সময়সীমা অক্টোবৰ মাহতে আহি আছে। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২৪ তম কিস্তি দশেৰাৰ পিছত মুকলি হ’ব পাৰে বুলি দাবী কৰিছে কেইবাটাও সংবাদ মাধ্যমে। কিন্তু এই তাৰিখ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা নোহোৱালৈকে কিস্তিৰ মুক্তিৰ তাৰিখ নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়।

কি কৰা উচিত?

যদি আপুনি পি এম কিষাণ যোজনাৰ কিস্তিৰ সুবিধা লাভ কৰিব বিচাৰে আৰু আগৰ কিস্তি পোৱাত পলম হৈছে তেন্তে আগতীয়াকৈ কেইটামান কথা পৰীক্ষা কৰিব লাগে। আপোনাৰ একাউণ্টৰ ই-কেৱাইচি সম্পূৰ্ণ হৈছে নে নাই পৰীক্ষা কৰক। ইয়াৰ পিছত নিশ্চিত হওক যে আপোনাৰ বেংক একাউণ্ট সক্ৰিয় বা নহয়। তাৰ পিছত পি এম কিষাণৰ পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰক।

পি এম কিষাণৰ কিস্তিৰ অৱস্থা কেনেকৈ পৰীক্ষা কৰিব?

  • আপোনাৰ কিস্তিৰ অৱস্থা জানিবলৈ তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক।
    প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in চাওক।
  • ৱেবছাইটত ‘Know Your Status’ বিকল্পটো নিৰ্বাচন কৰক।
  •  তাত প্ৰয়োজনীয় চিনাক্তকৰণৰ তথ্য প্ৰদান কৰা।
  • তাৰ পিছত আবেদন আৰু ধন স্থানান্তৰৰ তথ্য পৰীক্ষা কৰক।
  • ষ্টেটাছত কিবা সমস্যা হ’লে সংশ্লিষ্ট কৃষি বিভাগৰ বিষয়াৰ লগত যোগাযোগ কৰক।

কিস্তিৰ অৱস্থা পৰীক্ষা কৰাৰ আগতে এইবোৰ কথা জানি লওক

  • বহু কৃষকৰ কিস্তিৰ ধন বেংক একাউণ্ট, কৃষিভূমি বা মাটি সম্পৰ্কীয় নথি-পত্ৰৰ ভুলৰ বাবে আবদ্ধ হৈ পৰিব পাৰে।
  • গতিকে আগতীয়াকৈ দুই এটা কথা পৰীক্ষা কৰাটো জৰুৰী।
  • বেংক একাউণ্টত ই-কেৱাইচি আপডেট আছে নে নাই পৰীক্ষা কৰক।
  • বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই সেয়া নিশ্চিত কৰক।
  • ভূমি সম্পৰ্কীয় নথি-পত্ৰত কোনো ভুল বা অসম্পূৰ্ণ তথ্য আছে নে নাই পৰীক্ষা কৰক।
  • পি এম কিষাণ পৰ্টেলত আপোনাৰ আবেদন আৰু পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰক।

এইবোৰ আগতীয়াকৈ পৰীক্ষা কৰিলে কিস্তিৰ ধন পোৱাত অসুবিধা হ’লে কাৰণ চিনাক্ত কৰাটো সহজ হ’ব পাৰে। অৱশ্যে ২৪ কিস্তি কেতিয়া দিয়া হ’ব সেই সন্দৰ্ভত চৰকাৰী ঘোষণালৈ অপেক্ষা কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!
বিনোদন

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

October 20, 2026
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ
বাণিজ্য

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

October 20, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
Next Post
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.