• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

2 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

56 seconds ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

26 minutes ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

1 hour ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

2 hours ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

3 hours ago
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

5 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

6 hours ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

6 hours ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

7 hours ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

7 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

8 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

'ধৰ্মৰ সৈতে আমাৰ বিশেষ কোনো সম্পৰ্ক নাই'

editor by editor
October 22, 2026
in চিনেমা, বিনোদন, ভাৰত
0
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ জ্যেষ্ঠ অভিনেত্ৰী শ্বাবানা আজমীয়ে ধৰ্ম, ব্যক্তিগত স্বাধীনতা আৰু উমৈহতীয়া দেৱানী বিধি (Common Civil Code) সন্দৰ্ভত কৰা মন্তব্যই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজকে মুছলমান বুলি পৰিচয় দিয়াৰ লগতে ঈদ, গাৰাৰা পোছাক, উৰ্দু ভাষা আৰু খাদ্যৰ প্ৰতি থকা ভালপোৱাৰ কথা উল্লেখ কৰিছে। অৱশ্যে, তেওঁলোকে নিয়মীয়াকৈ নামাজ নপঢ়ে বুলিও স্পষ্ট কৰে। শেহতীয়াকৈ IIMUN (India International Movement to Unite Nations)-ৰ ইউটিউব চেনেলত হোৱা এক সাক্ষাৎকাৰত শ্বাবানা আজমীয়ে এই মন্তব্য কৰে।

ধৰ্মৰ পৰা শান্তি পালে আপত্তি কিয়?

শ্বাবানা আজমীয়ে জনোৱা অনুসৰি, তেওঁৰ পিতৃ নাস্তিক আছিল, আনহাতে মাতৃয়ে কিছুমান ধৰ্মীয় পৰম্পৰা পালন কৰিছিল। তেওঁ কয় যে ‘মাশ্বাআল্লাহ’ আৰু ‘ইনশ্বাআল্লাহ’ৰ দৰে শব্দ তেওঁৰ বাবে ভাষা আৰু সংস্কৃতিৰ অংশ। তেওঁৰ স্বামী তথা প্ৰখ্যাত লেখক জাভেদ আখতাৰ এগৰাকী কঠোৰ নাস্তিক। শ্বাবানাৰ মতে, কোনো ব্যক্তিয়ে ধৰ্ম পালন কৰি মানসিক শান্তি লাভ কৰিলে তেওঁক বাধা দিয়াৰ প্ৰয়োজন নাই। একেদৰে, ধৰ্মত বিশ্বাস নকৰা লোকসকলৰ মতামত আৰু অনুভূতিকো সন্মান জনোৱা উচিত। অভিনেত্ৰীগৰাকীয়ে কয় যে ধৰ্ম আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস ব্যক্তিগত বিষয়। সেয়ে, চৰকাৰে কোনো ব্যক্তিৰ ব্যক্তিগত ধৰ্মীয় বিশ্বাসত হস্তক্ষেপ কৰিব নালাগে।

UCC নহয় ‘কমন চিভিল কোড’ৰহে পোষকতা

সাক্ষাৎকাৰত শ্বাবানা আজমীয়ে দেশত ‘ইউনিফৰ্ম চিভিল কোড’ৰ পৰিৱৰ্তে ‘কমন চিভিল কোড’ প্ৰৱৰ্তনৰ পোষকতা কৰে। তেওঁৰ মতে, এনে আইন প্ৰস্তুত কৰাৰ মূল লক্ষ্য হ’ব লাগে মহিলাৰ সমতা আৰু ন্যায় নিশ্চিত কৰা। তেওঁৰ পৰামৰ্শ অনুসৰি, বিভিন্ন ধৰ্মৰ ন্যায়সংগত বিধানসমূহ বিবেচনা কৰি এখন খচৰা প্ৰস্তুত কৰিব লাগে। তাৰ পাছত খচৰাখন ৰাজহুৱা আলোচনাৰ বাবে মুকলি কৰি বিভিন্ন পক্ষৰ মতামত গ্ৰহণ কৰি আইন প্ৰণয়ন কৰিব লাগে।

ব্যক্তিগত আইনত মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব

শ্বাবানাই কয় যে বিভিন্ন ধৰ্মৰ ব্যক্তিগত আইনত বিৱাহ, ভৰণ-পোষণ আৰু উত্তৰাধিকাৰৰ দৰে বিষয়ত মহিলাৰ সৈতে বৈষম্য হোৱাৰ উদাহৰণ আছে। ধৰ্মীয় পৰম্পৰাৰ নামত মহিলাৰ প্ৰতি অন্যায় কৰা আইনসমূহ ৰক্ষা কৰা উচিত নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁৰ মতে, দেশ বিভাজনৰ সময়ত মুছলমান সম্প্ৰদায়ৰ মাজত নিৰাপত্তাহীনতাৰ অনুভূতি আছিল। সেই সময়ত ব্যক্তিগত আইন সম্পৰ্কে স্বাধীনতা দিয়া হৈছিল। আশা কৰা হৈছিল যে সময়ৰ লগে লগে সম্প্ৰদায়ৰ ভিতৰত আস্থা বৃদ্ধি পাব আৰু প্ৰয়োজনীয় সংস্কাৰৰ দাবী উঠিব। কিন্তু তেওঁৰ মতে, সেই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আগবাঢ়িব পৰা নাই।

শ্বাবানা আজমীৰ বক্তব্যৰ মূল কথা হৈছে—ধৰ্মীয় স্বাধীনতাক সন্মান জনোৱাৰ লগতে সকলোৰে বাবে সমতা আৰু ন্যায় নিশ্চিত কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে
ৰাজনীতি

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

October 22, 2026
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড
ভাৰত

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

October 22, 2026
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ
অপৰাধ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

October 22, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Next Post
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ'ব পাৰে উত্তৰাখণ্ড

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.