• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

1 hour ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

21 seconds ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

2 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

3 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

3 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

7 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

7 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

8 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

8 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

9 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কঁপিব গুৱাহাটী

editor by editor
October 24, 2026
in অসম, বিবিধ, লেখা
0
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
0
SHARES
35
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কঁপিব গুৱাহাটী! হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ একত্ৰিত হ’বলৈ সাজু হৈছে অনুৰাগীসকল। ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। সামাজিক মাধ্যমযোগে এই প্ৰতিবাদৰ কথা ঘোষণা কৰিছে গৰিমা শইকীয়া গাৰ্গে।

দিনৰ ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচীত জুবিন গাৰ্গক অন্তৰৰ পৰা ভালপোৱা প্ৰতিগৰাকী লোককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

সামাজিক মাধ্যমত গৰিমা গাৰ্গে লিখিছে- “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰবাৰ শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী :
অহা ৩০ অক্টোবৰ, ২০২৬ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰবাৰ গুৱাহাটীৰ চচলত এক শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জুবিন ফেন ক্লাবৰ উদ্যোগত । ইতিমধ্যে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক অনুমতি বিচাৰি আবেদন জনোৱা হৈছে। উল্লেখ্য যে, যোৱা ১২ অক্টোবৰ, ২০২৬ তাৰিখে হঠাতে সিদ্ধান্ত গ্ৰহণ কৰি আয়োজন কৰা কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সময়ৰ অভাৱত বহুতে উপস্থিত থাকিব পৰা নাছিল। সেয়েহে, অহা ৩০ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচীত সকলো জুবিন অনুৰাগী তথা জুবিন গাৰ্গক অন্তৰৰ পৰা ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আশা কৰা হৈছে। এয়া কেৱল এক প্ৰতিবাদ নহয়, এয়া প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে একত্ৰিত হৈ মাত মতাৰ প্ৰয়াস। এইয়া সকলোৰে ঐক্যবদ্ধভাৱে, শান্তিপূৰ্ণভাৱে আৰু সমস্বৰে উত্থাপন কৰা ন্যায়ৰ দাবী হওঁক । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সকলোৰে কণ্ঠবোৰ সন্মিলিত হওক।”

প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কাৰ্যসূচীটো শান্তিপূৰ্ণভাৱে পালন কৰি সমস্বৰে ন্যায়ৰ দাবী উত্থাপন কৰিবলৈও আহ্বান জনোৱা হৈছে। জুবিন ফেন ক্লাবৰ আহ্বানত আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীক লৈ অনুৰাগীসকলৰ মাজত বিশেষ চৰ্চা আৰম্ভ হৈছে।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

October 24, 2026
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!
বিনোদন

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

October 24, 2026
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
Next Post
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.