• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

1 hour ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

4 minutes ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

38 minutes ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

2 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

3 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

4 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

5 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

8 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

8 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

দুৰ্গন্ধৰ বাবে জোতা খুলিবলৈ লাজ পায় নেকি?

editor by editor
October 25, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুলোকৰ জোতা পিন্ধিলে ভৰিৰ পৰা বেয়া গোন্ধ ওলায়। তেওঁলোকে জোতা খুলিলে চৌপাশৰ মানুহে অস্বস্তি অনুভৱ কৰে। জোতাত বেয়া গোন্ধ ওলোৱাৰ কাৰণ কেৱল ঘামেই নহয়। ঘামৰ নিজেই বিশেষ গোন্ধ নাথাকে। বৰঞ্চ জোতাৰ ভিতৰত থকা বেক্টেৰিয়াই ঘামৰ পৰাই পুষ্টি লাভ কৰে। এই বেক্টেৰিয়াই ঘাম ভাঙি কিছুমান পদাৰ্থ উৎপন্ন কৰে যাৰ ফলত প্ৰচণ্ড গোন্ধ নিৰ্গত হয়।

বহুতে জোতাৰ গোন্ধ আঁতৰাবলৈ দামী স্প্ৰে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ কাম বৰ ভাল নহয়। গতিকে, এই সম্পূৰ্ণ বিনামূলীয়া ঘৰুৱা প্ৰতিকাৰক বিশ্বাস কৰক। মাত্ৰ জোতাৰ ভিতৰত এই তৰল পদাৰ্থটো স্প্ৰে কৰিলেই হ’ল! জোতাৰ গোন্ধ কেইমিনিটমানৰ ভিতৰতে নাইকিয়া হৈ যাব–

বগা ভিনেগাৰ হৈছে এচিটিক এচিডৰ দ্ৰৱ। ই দুটা ধৰণে কাম কৰে। প্ৰথমতে, ইয়াত থকা এচিডে জোতাৰ গোন্ধৰ বাবে দায়বদ্ধ উপাদানসমূহৰ দুৰ্গন্ধ কমাই দিয়ে। সহায় কৰে। ফলত গোন্ধটো কেৱল দমন কৰাই নহয়, সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। আনহাতে ভিনেগাৰৰ অম্লীয় উপাদানে দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়াৰ সংখ্যা হ্ৰাস কৰে। জোতাত ভিনেগাৰ স্প্ৰে কৰাৰ পিছত প্ৰথম অৱস্থাত ভিনেগাৰৰ গোন্ধটো নাকত খুন্দা মাৰিব পাৰে, কিন্তু জোতা শুকাই যোৱাৰ লগে লগে ক্ৰমান্বয়ে সেই গোন্ধটো নাইকিয়া হয়।

জোতাত ভিনেগাৰ কেনেকৈ স্প্ৰে কৰিব – প্ৰথমে এটা স্প্ৰে বটলত সমান পৰিমাণৰ বগা ভিনেগাৰ আৰু পানী মিহলাই লওক। তাৰ পিছত জোতাৰ ভিতৰত মিশ্ৰণটো অলপ ছটিয়াই দিব। সাৱধান হওক যাতে জোতাযোৰ বেছি তিতি নাযায়। তাৰ পিছত জোতাযোৰ ভালদৰে বায়ু চলাচল কৰা ঠাইত থৈ শুকুৱাবলৈ দিব। ৰ’দতো ৰাখিব পাৰে। যদি গোন্ধটো প্ৰবল হয় তেন্তে জোতা শুকোৱাৰ পিছত জোতাৰ ভিতৰত অলপ বেকিং চোডা ছটিয়াই দিব। কেইঘণ্টামানৰ পিছত জোতাযোৰ ভালদৰে জোকাৰি দিব। আৰু বেয়া গোন্ধ নাথাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?
জীৱনশৈলী

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

October 25, 2026
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ
জীৱনশৈলী

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

October 25, 2026
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত
বিনোদন

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

October 25, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

October 25, 2026
Next Post
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.