• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

2 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

8 minutes ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

45 minutes ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

1 hour ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

1 hour ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

2 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

3 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

18 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

18 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

19 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

19 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

20 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

ইজৰাইলত কোনে গঠন কৰিব চৰকাৰ?

editor by editor
October 29, 2026
in বিশ্ব, ৰাজনীতি, লেখা
0
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলক লৈ দেশখনত এতিয়া তীব্ৰ ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নেতৃত্বাধীন সোঁপন্থী মিত্ৰজোঁটে আগবাঢ়ি থাকিলেও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰাটো এতিয়াও নিশ্চিত হোৱা নাই। আনহাতে, বিৰোধী শিবিৰৰ নেতা তথা প্ৰাক্তন সামৰিক বিষয়া গাডি আইছেনকোটৰ নেতৃত্বাধীন শিবিৰেও অকলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰা নাই।

ইজৰাইলৰ পৰা অহা শেহতীয়া খবৰ অনুসৰি, প্ৰায় ৯১ শতাংশ ভোট গণনা সম্পূৰ্ণ হোৱাৰ সময়ত নেতান্যাহুৰ সোঁপন্থী শিবিৰে ৫৩খন আসন লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। ইজৰাইলৰ সংসদত বিৰোধী শিবিৰৰ আসন প্ৰায় ৪৮খন হোৱাৰ বিপৰীতে আৰব দলসমূহে মুঠ ১৯খন আসন লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। কিন্তু চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬১খন আসনৰ সীমা কোনো এটা শিবিৰে অতিক্ৰম কৰিব পৰা নাই। ফলত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব, সেই লৈ অনিশ্চয়তা অব্যাহত আছে।

নিৰ্বাচনত কোনটো দল আগবাঢ়ি আছে?

২৭ অক্টোবৰত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচন ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণ আৰু তাৰ পিছত গাজা তথা মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ পিছত অনুষ্ঠিত হোৱা প্ৰথমটো সাধাৰণ নিৰ্বাচন। শেহতীয়া আংশিক ফলাফল অনুসৰি, প্ৰধানমন্ত্ৰী নেতান্যাহুৰ দল লিকুড (Likud) আৰু তেওঁৰ সহযোগী দলসমূহে বিৰোধী শিবিৰতকৈ অধিক আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু নিৰ্বাচনত আগবাঢ়ি থকাটোৱেই চৰকাৰ গঠন কৰাটো নিশ্চিত নকৰে। ইতিমধ্যে ভোট গণনাৰ প্ৰায় ৯১ শতাংশ সম্পূৰ্ণ হৈছে। এতিয়াও কিছুমান বিশেষ শ্ৰেণীৰ ভোট গণনা বাকী থকাৰ বাবে আসনৰ চূড়ান্ত সংখ্যা সলনি হোৱাৰ সম্ভাৱনা আছে।

নিৰ্বাচনৰ আংশিক ফলাফলৰ চিত্ৰপট এনেধৰণৰ

নেতান্যাহুৰ সোঁপন্থী মিত্ৰজোঁটে এই পৰ্যন্ত ৫৩খন আসনত আগবাঢ়ি আছে। আনহাতে গাডি আইজেনকোটৰ নেতৃত্বাধীন বিৰোধী শিবিৰে ৪৮খন আসনত আগবাঢ়ি আছে। ইপিনে আৰব দলসমূহে ১৯খন আসনত আগবাঢ়ি আছে। ইজৰাইলত মুঠ সংসদৰ সংখ্যা ১২০। গতিকে দেশখনৰ চৰকাৰ গঠনৰ মেজিক নম্বৰ ৬১। এনে পৰিপ্ৰেক্ষিতত বিৰোধী গাডি গোটৰ লগত যদি আৰব গোটে মিত্ৰতা কৰে তেন্তে নেতান্যাহুৰ বিদায় একপ্ৰকাৰ নিশ্চিত হৈ পৰিব। এনে ক্ষেত্ৰত আৰৱ গোটে কিং মেকাৰৰ ভূমিকা অৱলম্বন কৰিব পাৰে। অৱশ্যে দেশখনত এতিয়াও প্ৰায় ৯ শতাংশ ভোটৰ গণনা সম্পূৰ্ণ হবলৈ বাকী। এই ৯ শতাংশ ভোটেও নিৰ্বাচনৰ ফলাফলত নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে চূড়ান্ত আৰু আনুষ্ঠানিক ফলাফলৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে

নেতান্যাহুৰ ৰাজনৈতিক ভৱিষ্যৎ কি হ’ব?

ইজৰাইলৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি প্ৰভাৱ বিস্তাৰ কৰি আহিছে প্ৰধানমন্ত্ৰী নেতান্যাহুই। এই নিৰ্বাচনতো তেওঁৰ দল লিকুডে এই পৰ্যন্ত আগস্থানত আছে। কিন্তু নিৰ্বাচনৰ পৰিসংখ্যাই কেৱল আগস্থানত থকাটোৱেই নিবিচাৰে, চৰকাৰৰ গাদী দখল কৰিবলৈ দল এটাই মেজিক নম্বৰ স্পৰ্শ কৰিবই লাগিব, ইয়াৰ বিকল্প নাই। নিৰ্বাচনৰ পিছত নেতান্যাহুৱে শক্তিশালী সোঁপন্থী চৰকাৰ গঠনৰ পোষকতা কৰিছে। কিন্তু তেওঁৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ আসন ৬১খনতকৈ কম হোৱাৰ বাবে চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁক আন দলৰ সমৰ্থনৰ প্ৰয়োজন হ’ব পাৰে।

ইপিনে বিৰোধী নেতা গাডি আইজেনকোটৰ হাততো চৰকাৰ গঠনৰ সুযোগ আছে। আইজেনকোট হৈছে নেতান্যাহুৰ প্ৰধান প্ৰতিদ্বন্দ্বী। তেওঁ ইজৰাইলৰ প্ৰাক্তন সামৰিক মুৰব্বী আৰু তেওঁৰ নেতৃত্বাধীন য়াশাৰ (Yashar) দলে এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আইজেনকোটৰ নেতৃত্বাধীন বিৰোধী শিবিৰে প্ৰায় ৪৮খন আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। অৰ্থাৎ, চৰকাৰ গঠন কৰিবলৈ হ’লে তেওঁলোকক আৰু কমেও ১৩খন আসনৰ সমৰ্থন প্ৰয়োজন হ’ব। তেনেস্থলত আৰৱ গোটৰ সৈতে মিত্ৰতা স্থাপন কৰি গাডিয়ে চৰকাৰৰ গাডী দখল কৰিব পাৰে। কিন্তু ইয়াতো আছে এটা ডাঙৰ সমস্যা। বিৰোধী শিবিৰৰ বহু ইহুদী ৰাজনৈতিক দলে আৰৱ গোটৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠনৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
ভাৰত

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
অসম

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

October 29, 2026
Next Post
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ'ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ'ল গ্ৰাহকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.