• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

4 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

20 minutes ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

50 minutes ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

2 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

3 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

3 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

3 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

4 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

5 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

5 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

21 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

21 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

কিদৰে প্ৰৱঞ্চনাৰ বলি কৰিছিল বিদ্যালয় কৰ্তৃপক্ষক?

editor by editor
October 29, 2026
in অপৰাধ, অসম, লেখা
0
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ কন্যাৰ স্কুলত নামভৰ্তিৰ ক্ষেত্ৰতো প্ৰৱঞ্চনাৰ অভিযোগ ঘনকান্ত গগৈৰ বিৰুদ্ধে। ভুৱা চেক প্ৰদান কৰি স্কুল কৰ্তৃপক্ষক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ঘনকান্তৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, স্কুলৰ মাহেকীয়া মাচুলৰো কেইবাটাও কিস্তি এতিয়াও আদায় দিবলৈ বাকী থকা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ কন্যাৰ স্কুল কৰ্তৃপক্ষই ঘনকান্তৰ এই কাৰ্যকলাপৰ বিষয়ে নতুন তথ্য পোহৰলৈ আনিছে। এই অভিযোগ আনিছে গুৱাহাটীৰ সৰুসজাইস্থিত Little Genius pre School চেণ্টাৰটোৱে।

নিজৰ কন্যাৰ শিক্ষাৰ ক্ষেত্ৰতো ঘনকান্ত গগৈয়ে প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱাৰ অভিযোগে বিষয়টোক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, ভুৱা চেক প্ৰদান কৰি স্কুল কৰ্তৃপক্ষক বিপদত পেলাইছিল ঘনকান্তই। আনহাতে, স্কুলৰ মাহেকীয়া মাচুলৰ কেইবাটাও কিস্তি পৰিশোধ নকৰাকৈ থৈ যোৱাৰ কথাও পোহৰলৈ আহিছে। এই ঘটনাই ঘনকান্তৰ বিৰুদ্ধে উত্থাপিত প্ৰৱঞ্চনাৰ অভিযোগক পুনৰ চৰ্চালৈ আনিছে।

ইফালে, বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। পল্টনবজাৰ থানাত জেৰাৰ অন্তত পুৱতি নিশা তেওঁক লতাশিল থানালৈ লৈ যোৱা হয়। তাৰ পিছতে লতাশিল থানাত ঘনকান্তক অতি সংগোপনে মাৰাথন জেৰা চলোৱা হৈছে। জানিব পৰা মতে, উচ্চপদস্থ আৰক্ষী বিষয়াৰ এটা দলে ঘনকান্তক বিভিন্ন দিশৰ পৰা জেৰা অব্যাহত ৰাখিছে। বিলাস ইন কাণ্ডৰ সৈতে জড়িত বিভিন্ন তথ্যৰ সত্যতা নিৰূপণৰ লগতে ঘটনাটোৰ আঁৰৰ সকলো দিশ পোহৰলৈ অনাৰ চেষ্টা চলাইছে আৰক্ষীয়ে। ঘনকান্ত গগৈৰ বিৰুদ্ধে এটাৰ পিছত আন এটা অভিযোগ পোহৰলৈ অহাৰ মাজতে আৰক্ষীৰ তদন্তই কোন দিশে গতি কৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
ভাৰত

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

October 29, 2026
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
ভাৰত

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

October 29, 2026
Next Post
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ'ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ'ল গ্ৰাহকৰ

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.