• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

2 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

7 minutes ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

37 minutes ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

2 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

3 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

3 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

4 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

4 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

5 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

5 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

20 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

20 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

ইয়াতকৈ নিৰ্মম আৰু কি হ'ব পাৰে এগৰাকী মাতৃ?

editor by editor
October 29, 2026
in বিবিধ, ভাৰত, লেখা
0
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই কণমানি সন্তানক অটোৰিক্সাত এৰি এগৰাকী মাতৃ নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে নিজৰ পুত্ৰ-কন্যাক অচিনাকি ঠাইত এৰি থৈ গুচি যায়। আনহাতে, মহিলাগৰাকীৰ স্বামীয়ে পত্নীয়ে ঘৰৰ পৰা প্ৰায় ২২ লাখ টকাৰ গহনা লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। এই ঘটনা বিহাৰৰ চাৰণ জিলাৰ মাঞ্জি থানা এলেকাৰ অন্তৰ্গত বলিয়া মডত সংঘটিত হৈছে। মাতৃগৰাকীৰ হঠাৎ নিৰুদ্দেশৰ ফলত কণমানি দুটা অচিনাকি মানুহৰ মাজত অসহায় অৱস্থাত পৰে। পিছত অটো চালক আৰু স্থানীয় লোকৰ তৎপৰতাত আৰক্ষীয়ে শিশুকেইটাক উদ্ধাৰ কৰি নিজৰ সুৰক্ষাত লয়।

অটোৰিক্সাত সন্তানক এৰি পলায়ন মাতৃৰ

প্ৰাপ্ত তথ্য অনুসৰি, ছপৰা জংচনত ৰে’লৰ পৰা নামি মহিলাগৰাকীয়ে নিজৰ পুত্ৰ-কন্যাৰ সৈতে এখন অটোৰিক্সাত উঠে। তাৰ পিছত তেওঁলোক চাৰণ জিলাৰ মাঞ্জি থানা এলেকাৰ বলিয়া মডলৈ যায়। তাত উপস্থিত হোৱাৰ পিছত মহিলাগৰাকীয়ে অটো চালকজনক সন্তান দুটাক চাবলৈ কৈ ক’ৰবালৈ গুচি যায়। প্ৰথম অৱস্থাত অটো চালক আৰু স্থানীয় লোকসকলে মহিলাগৰাকী কোনো কামত গৈছে আৰু অলপ পিছতে উভতি আহিব বুলি ভাবিছিল। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো মহিলাগৰাকী ঘূৰি নাহিল। তেওঁৰ কোনো সন্ধান নোপোৱাত অটো চালক আৰু স্থানীয় লোকসকলৰ সন্দেহ হয়। অৱশেষত তেওঁলোকে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে।

দুই কণমানি সন্তানক উদ্ধাৰ আৰক্ষীৰ

খবৰ লাভ কৰাৰ পিছতে মাঞ্জি আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে দুয়োটা শিশুক উদ্ধাৰ কৰি নিজৰ সুৰক্ষাৰ অধীনলৈ নিয়ে। সোধা-পোছাৰ সময়ত শিশুকেইটাই উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ পাণ্ডেপুৰত থকা নিজৰ ঘৰৰ বিষয়ে তথ্য দিয়ে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালৰ সন্ধান উলিওৱাৰ চেষ্টা কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে শিশুকেইটাৰ পিতৃৰ পৰিচয় লাভ কৰে। তেওঁ হৈছে উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ বৈৰিয়া থানা এলেকাৰ পাণ্ডেপুৰৰ বাসিন্দা অমিত সিং।

ছবছৰ পূৰ্বে আৱদ্ধ হৈছিল বিৱাহপাশত

প্ৰায় ছবছৰ পূৰ্বে তেওঁ বিহাৰৰ ছিৱান জিলাৰ ৰঘুনাথপুৰ ব্লকৰ নৱাদা গাঁৱৰ মহিলাগৰাকী বিৱাহপাশত আবদ্ধ হৈছিল অমিত সিঙৰ সৈতে। তেওঁলোকৰ দুটি সন্তান আছে। পত্নী আৰু সন্তানৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত অমিত সিং চিন্তিত হৈ পৰে। পিছত তেওঁ জানিব পাৰে যে মাঞ্জি থানা এলেকাৰ বলিয়া মডত তেওঁৰ সন্তান দুটাক উদ্ধাৰ কৰা হৈছে। এই খবৰ লাভ কৰাৰ পিছতে তেওঁ আৰক্ষী থানাত উপস্থিত হয়। থানাত নিজৰ সন্তান দুটাক সুৰক্ষিত অৱস্থাত দেখি পিতৃগৰাকী আৱেগিক হৈ পৰে। সন্তানকেইটাক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে ৰখাৰ বাবে তেওঁ আৰক্ষীৰ ওচৰত উপস্থিত হয়।

২২ লাখ টকাৰ গহনা লৈ যোৱাৰ অভিযোগ

অমিত সিঙে অভিযোগ কৰা অনুসৰি, তেওঁৰ পত্নীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিছে আৰু ঘৰৰ পৰা প্ৰায় ২২ লাখ টকাৰ গহনা লৈ গৈছে। অৱশ্যে, এই অভিযোগৰ সত্যতা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। ইফালে, মাতৃগৰাকীয়ে কিয় নিজৰ দুটা সন্তানক অটোৰিক্সাত এৰি থৈ গ’ল, তেওঁ বৰ্তমান ক’ত আছে আৰু স্বামীয়ে উত্থাপন কৰা গহনা সম্পৰ্কীয় অভিযোগৰ সত্যতা কি—এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এতিয়াও পোহৰলৈ অহা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
ভাৰত

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
Next Post
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

'লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.