অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ যুৱ অভিনেতা অপু অনিৰুদ্ধৰ আকস্মিক দেহাৱসান ঘটিছে।

তেওঁৰ এই অকাল বিয়োগত অসমৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

তেওঁ এজন প্ৰতিভাৱান অভিনেতা তথা পৰিচালক হিচাপে দৰ্শকৰ মন জয় কৰিছিল। তথ্যনুসৰি, উচ্চ ৰক্তচাপজনীত কাৰণত GMCH ত মৃত্যু হয়।

বহুতো ধাৰাবাহিক আৰু ছবিত তেওঁ একেৰাহে কৰি গৈছিল অভিনয়।

বিভিন্ন সময়ত তেওঁক বহুতো ছবি আৰু ধাৰাবাহিকত খলনায়কৰ অভিনয় কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














