কার্বি জনগোষ্ঠীৰ পৰম্পৰাগত মৎস্য চিকাৰ। ‘অ’ক কেপৰু’ অর্থাৎ সমূহীয়া মৎস্য চিকাৰ। এপ্ৰিল মাহৰ প্ৰথমটো শনিবাৰত ‘অ’ক কেপৰু’। মৎস্য চিকাৰৰ বাবে কার্বি লাংপী, কপিলীত অসংখ্যজনৰ।