• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চত্তীশগড়ত ১০দিনত দ্বিতীয়টো নক্সালবাদীৰ আক্ৰমণ; ৫ জোৱান শ্বহীদ

চত্তীশগড়ত ১০দিনত দ্বিতীয়টো নক্সালবাদীৰ আক্ৰমণ; ৫ জোৱান শ্বহীদ

5 years ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

8 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

9 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

10 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

11 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

12 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

12 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

13 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

13 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

14 hours ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

15 hours ago
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চত্তীশগড়ত ১০দিনত দ্বিতীয়টো নক্সালবাদীৰ আক্ৰমণ; ৫ জোৱান শ্বহীদ

সংঘৰ্ষত মৃত্যু ১৫ নক্সাল সন্ত্ৰাসবাদী

editor by editor
April 4, 2021
in ভাৰত
0
চত্তীশগড়ত ১০দিনত দ্বিতীয়টো নক্সালবাদীৰ আক্ৰমণ; ৫ জোৱান শ্বহীদ
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চত্তীশগড়ৰ বিজাপুৰত ১০দিনৰ ভিতৰত দ্বিতীয়টো নক্সালবাদীৰ আক্ৰমণ সংঘটিত হয়। নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত চলা মুখামুখি সংঘৰ্ষত নিহত হয় ৫ গৰাকী নিৰাপত্তাৰক্ষী জোৱান। তাৰে ৩গৰাকী DRG জোৱান আৰু ২গৰাকী CRPF জোৱান। বৰ্তমানে সন্ধানহীন হৈ আছে ২১ গৰাকী নিৰাপত্তাৰক্ষীৰ জোৱান। সংঘৰ্ষত শ্বহীদ হ’ল অসমৰ বীৰ সন্তান বাবলু ৰাভা। দুধনৈৰ দামৰাৰ বাবলু ৰাভা আছিল অৰ্ধ-সামৰিক বাহিনীৰ জোৱান। জোৱানগৰাকীৰ মৃত্যুৰ খবৰে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে দুধনৈত। শনিবাৰে বিয়লি বিজাপুৰত সংঘটিত হয় নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ। ১৫গৰাকী নক্সালবাদীৰ মৃত্যু হয় সংঘৰ্ষত। ভাৰতীয় সেনাৰ ক’বৰা কামাণ্ডোৰ ১জন জোৱানৰ মৃতদেহ উদ্ধাৰ হয় ঘটনাস্থলীত। এগৰাকী মহিলা নক্সালৰ মৃত্যু হৈছে সংঘৰ্ষত। আহত ২৪গৰাকী সেনা জোৱান বিজাপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে। পূৰ্বে ২৩ মাৰ্চত বিজাপুৰত আক্ৰমণ সংঘটিত কৰিছিল নক্সালবাদীয়ে। ৫ জোৱানৰ শ্বহীদত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘৫ শ্বহীদ জোৱানৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো। বীৰ শ্বহীদৰ বলিদান কেতিয়াও পাহৰিব নোৱাৰি। আহতসকলৰ সু-স্বাস্থ্য কামনা কৰিলো। ’

My thoughts are with the families of those martyred while fighting Maoists in Chhattisgarh. The sacrifices of the brave martyrs will never be forgotten. May the injured recover at the earliest.

— Narendra Modi (@narendramodi) April 3, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24chattisgarhnaxals encounter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে
ভাৰত

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

April 28, 2026
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি
ভাৰত

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

April 27, 2026
Next Post
ক’ৰোনাত আক্ৰান্ত অভিনেতা অক্ষয় কুমাৰ!

ক’ৰোনাত আক্ৰান্ত অভিনেতা অক্ষয় কুমাৰ!

মার্ক জুকাৰবার্গসহ ৫৩ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ গোপন তথ্য লীক

মার্ক জুকাৰবার্গসহ ৫৩ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ গোপন তথ্য লীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.