• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

19 minutes ago
মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

2 seconds ago
কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

2 hours ago
এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

3 hours ago
সমস্যাত ভুগিছিল নেকি অভিশপ্ত ট্ৰেভেলাৰৰ চালক?

সমস্যাত ভুগিছিল নেকি অভিশপ্ত ট্ৰেভেলাৰৰ চালক?

3 hours ago
পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

4 hours ago
৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

4 hours ago
বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

5 hours ago
কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

6 hours ago
কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

6 hours ago
কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

7 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

16 hours ago
বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

'বন্ধুত্ব'ৰ সম্পৰ্কক কলুষিত কৰা জঘন্য কাণ্ড

editor by editor
November 14, 2026
in অপৰাধ, ভাৰত, লেখা
0
১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে বন্ধুত্বৰ জৰিয়তে চিনাকি, তাৰ পিছত যৌ*ন নি*ৰ্যাতন আৰু অ*শ্লীল ছবি-ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি। মুম্বাইৰ কাণ্ডীৱলীত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। গোচৰটোৰ তদন্তক লৈ বিজেপি নেতা কিৰিট সোমায়াইও প্ৰকাশ কৰিছে অসন্তুষ্টি।

মহাৰাষ্ট্ৰৰ মুম্বাইৰ কাণ্ডীৱলী পূবত এগৰাকী ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধ*ৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে এই পৰ্যন্ত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আন পাঁচজন অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। পলাতক অভিযুক্তকেইজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

অভিযোগ অনুসৰি, প্ৰথমে চিনাকি আৰু বন্ধুত্বৰ জৰিয়তে কিশোৰীগৰাকীৰ সৈতে অভিযুক্তসকলে সম্পৰ্ক গঢ়ি তুলিছিল। তাৰ পিছত কিশোৰীগৰাকীক যৌ*ন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি ভুক্তভোগীৰ অশ্লী*ল ফটো আৰু ভিডিঅ’ প্ৰচাৰ কৰাৰ ভাবুকি দি বাৰে বাৰে নিৰ্যাতন চলোৱা হৈছিল বুলিও অভিযোগ কৰা হৈছে।

ঘটনাটো কাণ্ডীৱলী পূবৰ হনুমান নগৰ অঞ্চলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ বিজেপি নেতা কিৰিট সোমায়াই আৰক্ষীৰ তদন্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ইফালে, বজৰং দলে ঘটনাটোক ‘লাভ জেহাদ’ৰ সৈতে জড়িত বুলি দাবী কৰি অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

প্ৰাথমিক তথ্য অনুসৰি, এগৰাকী মহিলা চিনাকিৰ জৰিয়তে নাবালিকাগৰাকীৰ সৈতে কেইজনমান যুৱকৰ পৰিচয় ঘটিছিল। প্ৰথম অৱস্থাত বন্ধুত্ব গঢ়ি তোলাৰ পিছত অভিযুক্তসকলে কিশোৰীগৰাকীৰ ওপৰত যৌ*ন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি, অভিযুক্তসকলে কিশোৰীগৰাকীৰ অ*শ্লীল ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল। এই ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি দি তেওঁক বাৰে বাৰে যৌ*ন নিৰ্যাতনৰ বলি কৰা হৈছিল।

এই ঘটনাৰ সৈতে জড়িত ৪ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আন ৫ অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰু অভিযান অব্যাহত ৰাখিছে। অৱশ্যে ঘটনাটোৰ সৈতে জড়িত সকলো তথ্য এতিয়াও তদন্তাধীন। এই গুৰুতৰ ঘটনাক লৈ বিজেপি নেতা কিৰিট সোমায়াই আৰক্ষীৰ তদন্তৰ প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ ভুক্তভোগী কিশোৰীগৰাকীৰ সৈতে কথা পতাৰ লগতে আৰক্ষী বিষয়াসকলৰ সৈতেও বিষয়টো আলোচনা কৰা বুলি জানিবলৈ দিছে।

সোমায়াই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তক গোচৰটোৰ তদন্তৰ দায়িত্ব এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ মতে, এইটো এটা অতি গুৰুতৰ দলবদ্ধ ধ*ৰ্ষণৰ গোচৰ। সেয়েহে তদন্ত কেৱল ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ঘটনাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইয়াৰ উপৰি অভিযুক্তসকলৰ সম্পত্তি জব্দ কৰাৰ দাবী জনোৱাৰ লগতে ঘটনাটোৰ আঁৰত কোনো বৃহত্তৰ ষড়যন্ত্ৰ আছে নেকি, সেই দিশটোও তদন্ত কৰিবলৈ আহ্বান জনায় বিজেপি নেতাগৰাকীয়ে।

গোচৰটোক লৈ কিৰিট সোমায়াই আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ আশংকা, এই ঘটনাত কেৱল বৰ্তমান গ্ৰেপ্তাৰ হোৱা আৰু পলাতক অভিযুক্তসকলেই জড়িত নে, ইয়াৰ আঁৰত আন কোনো লোকো আছে? অভিযুক্তসকলে আন কোনো কিশোৰী বা যুৱতীকো একেধৰণে লক্ষ্য কৰি লৈছিল নেকি, সেই বিষয়টোও আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন
জীৱনশৈলী

মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

November 14, 2026
কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?
অসম

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

November 14, 2026
এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়
জীৱনশৈলী

এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

November 14, 2026
পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!
ভাৰত

পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

November 14, 2026
Next Post
মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.