এইবাৰ বিহু নহ’বই নেকি! কিয়নো ৰঙালীৰ মঞ্চত ক’ৰোনাৰ কলীয়া ডাৱৰ। ৰাজ্য চৰকাৰৰ বিহু কমিটীলৈ কেইবালানি কঠোৰ নিৰ্দেশনা। বিপাঙত পৰিছে বিহু কমিটী।