Tag: covid 19 assam

শীঘ্ৰেই আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা; উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি

শীঘ্ৰেই আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা; উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি

উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি৷ ক্ৰমান্বয়ে হ্ৰাস পাইছে দেশত কোভিড সংক্ৰমণৰ হাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫০,৪০৭ জন লোক ...

ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

অসম লাইভ ২৪ঃ ভাৰতত বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণ৷ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ৰাজ্যই ৰাজ্যই৷ বিশ্বৰ বহু ৰাষ্ট্ৰৰ সমান্তৰালভাৱে ভাৰততো নিতৌ বৃদ্ধি ...

দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো বৃদ্ধি পাইছে অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ৷ বৰ্তমানলৈকে ভাৰতত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা হৈছে ২১গৰাকী৷ ...

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যলয়ক কনটেইনমেণ্ট জ’ন ঘোষণা

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যলয়ক কনটেইনমেণ্ট জ’ন ঘোষণা

অসম লাইভ ২৪ঃ গুৱাহাটীত পুনৰ কোভিডৰ উদ্বেগজনক পৰিস্থিতি৷  আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যলয়ক কনটেইনমেণ্ট  জ’ন ঘোষণা৷ কোভিডৰ বৰ্ধিত ...

covid 19

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি কোভিড সংক্ৰমণৰ ঘটনা, বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত ৭৫৮ গৰাকী

অসম লাইভ ২৪ঃ পুনৰ ভয়াৱহ পৰিস্থিতিৰ দিশে ভাৰত৷ দেশত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ এদিনতে বৃদ্ধি পাইছে ১৩, ...

কোভিডৰ নতুন SOP ঘোষণা, নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ

কোভিডৰ নতুন SOP ঘোষণা, নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ

অসম লাইভ ২৪ঃ কোভিডৰ নতুন SOP ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ৷ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব নতুন SOP৷ সংক্ৰমণৰ হাৰ কম হোৱাৰ পৰিপ্ৰেক্ষিতত ...

দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা, অসমতো কোভিড আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা, অসমতো কোভিড আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

অসম লাইভ ২৪ঃ দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ বিগত ২৪ ঘন্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ২৩,৫২৯ গৰাকী৷ পূৰ্বৰ ...

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান, বাধ্যতামূলক নহয় শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান, বাধ্যতামূলক নহয় শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি

অসম লাইভ ২৪ঃ প্ৰকাশ পালে শিক্ষা বিভাগৰ নতুন SOP৷ ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান৷ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ ...

অসমত ২৪ ঘণ্টাত আক্ৰান্ত ৮৭৬গৰাকী, ক্ৰমাৎ জটিল হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি

অসমত ২৪ ঘণ্টাত আক্ৰান্ত ৮৭৬গৰাকী, ক্ৰমাৎ জটিল হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি

অসম লাইভ ২৪ঃ  অসমত ক্ৰমাৎ জটিল হৈ পৰিছে কোভিড পৰিস্থিতি। শনিবাৰৰ দিনটোত অসমত আক্ৰান্ত হয় ৮৭৬গৰাকী। ইয়াৰে কেৱল গুৱাহাটী মহানগৰীত ...

Page 1 of 2 1 2

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]