• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

5 years ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

6 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

44 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

1 hour ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

15 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা

editor by editor
December 28, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
ভাৰতত বৃদ্ধি অমিক্ৰনৰ সংক্ৰমণ৷ দেশজুৰি সতৰ্কতা অৱলম্বন, অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণ৷ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ৰাজ্যই ৰাজ্যই৷ বিশ্বৰ বহু ৰাষ্ট্ৰৰ সমান্তৰালভাৱে ভাৰততো নিতৌ বৃদ্ধি পাবলৈ ধৰিছে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা৷ ভাৰতত অমিক্ৰনত আক্ৰান্ত ৬৫৩  জন৷ ইয়াৰে দিল্লীত ১৪২ জন, মহাৰাষ্ট্ৰত ১৪১ জন, কেৰালাত ৫৭ জন, গুজৰাটত ৪৯ জন, ৰাজস্থানত ৪৩ জন, তেলেংগানাত ৪১ জন, তামিলনাডুত ৩৪ জন, কৰ্ণাটকত ৩১ জন, মধ্যপ্ৰদেশত ৯ জন, অন্ধ্ৰপ্ৰদেশত ৬ জন, পশ্চিমবংগত ৬ জন, হাৰিয়ানাত ৪ জন, ওড়িশাত ৪ জন, চণ্ডীগড়ত ৩ জন, জম্মু-কাশ্মীৰত ৩ জন, উত্তৰ প্ৰদেশত ২ জন, হিমাচল প্ৰদেশত এজন, লাডাখত এজন, উত্তৰাখণ্ডত এজন আৰু মণিপুৰত এজন৷ দিল্লীত ইতিমধ্যে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ আজিৰে পৰা সান্ধ্য আইন জাৰি কৰা হৈছে৷ কেইবাখনো হাস্পতালত বিশেষ নিৰীক্ষণত আছে অমিক্ৰনত আক্ৰান্তসকল৷ মহাৰাষ্ট্ৰতো আক্ৰান্তৰ সংখ্যালৈ চাই গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ বিভিন্ন ৰাজ্য চৰকাৰসমূহ অমিক্ৰনৰ সংক্ৰমণক লৈ সষ্টম হৈছে৷ ইফালে, উত্তৰ-পূবৰ প্ৰথমগৰাকী অমিক্ৰন আক্ৰান্ত হৈছে মণিপুৰৰ৷ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু মণিপুৰৰ সংক্ৰমণৰ পাছত সষ্টম হৈছে অসম চৰকাৰো৷ শীঘ্ৰেই অসমতো প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰা হ’ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ ইতিমধ্যে, বিশ্বৰ অসংখ্য দেশ অমিক্ৰনত আক্ৰান্ত হৈছে৷ দেশসমূহে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ বিশ্বজুৰি বাতিল কৰা হৈছে ১১,৫০০ খন ফ্লাইট ৷ এনে এক জটিল পৰিস্থিতিৰ মাজতে দুটা নতুন ভেকচিন corbevax, covovaxক অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ molnupiravir নামৰ এবিধ এণ্টিভাইৰেল ড্ৰাগো জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ মুঠতে এটা কথা স্পষ্ট যে অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ আগন্তুক এমাহ-দুমাহত সংক্ৰমণে ভয়াৱহ ৰূপো ধাৰণ কৰাৰ আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ গতিকে ইয়াৰ বাবে প্ৰয়োজন সাৱধান আৰু সতৰ্ক হোৱাৰ৷ প্ৰতিগৰাকী ব্যক্তিয়ে মাস্ক পিন্ধা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু নিৰ্দিষ্ট শাৰীৰিক দূৰত্ব বজাই ৰাখটো এই মূহুৰ্তত অতি গুৰুত্বপূৰ্ণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovid 19 assamomiceron cases in india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
Next Post
১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সামগ্ৰীৰ দাম, কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি পাব GST?

১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সামগ্ৰীৰ দাম, কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি পাব GST?

কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.