• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সামগ্ৰীৰ দাম, কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি পাব GST?

১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সামগ্ৰীৰ দাম, কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি পাব GST?

5 years ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

15 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

45 minutes ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

1 hour ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

4 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

5 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

15 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সামগ্ৰীৰ দাম, কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি পাব GST?

editor by editor
December 28, 2021 - Updated on December 29, 2021
in Uncategorized, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সামগ্ৰীৰ দাম, কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি পাব GST?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমাগত ইংৰাজী নৱবৰ্ষ৷ চৌদিশে নৱবৰ্ষক আদৰাৰৰ প্ৰস্তুতি৷ কিন্তু নতুন বছৰত সলনি হ’ব দৈনন্দিন জীৱন যাত্ৰাৰ বহুকেইটা নিয়ম৷ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে সলনি কৰিছে GSTৰ কেতবোৰ নীতি নিয়ম৷ বৃদ্ধি পাব বহুকেইটা সামগ্ৰীৰ দাম৷ কাপোৰ, জোতা-চেণ্ডেল, ব্লেংকেট, টেবলক্ল’থকে ধৰি টেক্সটাইল সামগ্ৰীৰ দাম বৃদ্ধি পাব ১ জানুৱাৰীৰ পৰা৷ এইসমূহ সামগ্ৰীৰ ক্ষেত্ৰত ১২ শতাংশ GST বৃদ্ধি কৰিছে কেন্দ্ৰই৷ ১ হাজাৰ টকা পৰ্যন্ত অতিৰিক্ত বৃদ্ধি পাব পাদুকাৰ দাম৷ ইয়াৰ উপৰি অ’লা ওবেৰৰ দৰে কেব চাৰ্ভিছসমূহৰ ক্ষেত্ৰতো ৫ শতাংশ ভাৰা বৃদ্ধি হ’ব  ১ জানুৱাৰীৰ পৰা৷ আনহাতে ফুড ডেলিভাৰী প্লেটফৰ্ম Swiggy আৰু Zomatoয়ে প্ৰতিটো ডেলিভাৰীৰ বাবদ ১ জানুৱাৰীৰ পৰা অতিৰিক্ত ৫ শতাংশ সংগ্ৰহ কৰিব৷ মুঠতে নতুন বছৰত চৰকাৰ সাজু হৈছে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত পুনৰ একপ্ৰকাৰ মাধমাৰ শোধাবলৈ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24gstnarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.