• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান, বাধ্যতামূলক নহয় শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান, বাধ্যতামূলক নহয় শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি

5 years ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

20 seconds ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

17 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

33 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

1 hour ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান, বাধ্যতামূলক নহয় শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি

editor by editor
September 29, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, শিক্ষা
0
১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান, বাধ্যতামূলক নহয় শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰকাশ পালে শিক্ষা বিভাগৰ নতুন SOP৷ ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান৷ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত ৩ দিনকৈ হ’ব পাঠদান৷ প্ৰথমৰ পৰা তৃতীয় শ্ৰেণীলৈ পাঠদান হ’ব সোমবাৰ, বুধবাৰ, শুকুৰবাৰে৷ বিপৰীতে, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে৷ শ্ৰেণীকোঠাৰ পাঠদানৰ সমান্তৰালভাৱে চলি থাকিব অনলাইন পাঠদান৷ শ্ৰেণীকোঠাত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয়৷ প্ৰতিটো শ্ৰেণীকোঠাত থাকিব পাৰিব সৰ্বমুঠ ৩০ জন শিক্ষাৰ্থী৷ ইফালে, ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু দশম শ্ৰেণীৰ পাঠদান৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হ’ব ১ অক্টোবৰৰ পৰা৷ মহাবিদ্যালয়, অভিযান্ত্ৰিক শিক্ষানুষ্ঠান, পলিটেকনিকৰো আৰম্ভ হ’ব পাঠদান৷ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে হোষ্টেল খোলা হ’ব যদিও অভিভাৱকে অনুমতি দিলেহে থাকিব পাৰিব হোষ্টেলত৷ শিক্ষানুষ্ঠানৰ চৌহদত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো অনুষ্ঠান৷ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক আৰু প্ৰতি দেওবাৰে শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰিব লাগিব৷ সকলো ধৰণৰ কোভিড বিধি মানি চলিব লাগিব প্ৰতিখন শিক্ষানুষ্ঠানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19 assamcovid new sopschools reopen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
Next Post
অতিমাত্ৰা চাহ বা কফি সেৱনে বিপদ মাতিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

অতিমাত্ৰা চাহ বা কফি সেৱনে বিপদ মাতিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.