• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

5 years ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

36 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

49 minutes ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

1 hour ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

1 hour ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

2 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

4 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

5 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

editor by editor
September 29, 2021
in অসম, গুৱাহাটী
0
নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আগন্তুক দুমাহৰ ভিতৰত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰে মুকলাই দিব প্ৰাপ্য ৫৭০ কোটি টকা৷ লগতে ৯০ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিব চৰকাৰী চাকৰি৷ অৱশেষত কাগজকলৰ শ্ৰমিক-কৰ্মচাৰীৰ বাবে এই সুখবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে হিন্দুস্তান পেপাৰ মিলৰ সৈতে এই সন্দৰ্ভত এক চুক্তিত স্বাক্ষৰ কৰিছে অসম চৰকাৰে৷ মঙলবাৰে নিশা কাগজকলৰ কৰ্মচাৰীৰ সৈতে হোৱা বৈঠকৰ পাছতে টুইটযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষমাৰ পাছতে এক আনন্দময় পৰিবেশে বিৰাজ কৰিছে কৰ্মচাৰীসকলৰ মাজত আৰু হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কৰ্মচাৰী তথা পৰিয়ালবৰ্গই৷ উল্লেখ্য, ২০১৯ চনৰ ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছে নগাঁও আৰু কাছাৰ কাগজ কল৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাগজ কল দুটা সক্ৰিয় হ’ব বুলি বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল যদিও ১ জুনত কাগজ কল দুটাৰ নিলামৰ জাননী জাৰি কৰিছিল লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই৷ যোৱা ৩ ছেপ্টেম্বৰত কৰ্মচাৰীসকলক আৱাসগৃহ খালী কৰাৰো নিৰ্দেশ দিছিল লিকুইডেটৰ বাৰ্মাই৷

Finally reached agreement with the workers and employees of Hindustan Paper Corporation to resolve long pending issues of their salaries and dues.Discussion lasted over 4 hours in my office and concluded at 2 AM. Back to home now. Will leave for north Assam tour at 8 AM

— Himanta Biswa Sarma (@himantabiswa) September 28, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmahindistan papre millnagaon paper mill
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
Next Post
হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

গিনিজ ৱর্ল্ড ৰেকৰ্ডত বোকাজানৰ যুৱকৰ নাম অন্তর্ভুক্তি, মাউণ্ট এভাৰেষ্টত কৰিলে ফেশ্বন শ্ব’

গিনিজ ৱর্ল্ড ৰেকৰ্ডত বোকাজানৰ যুৱকৰ নাম অন্তর্ভুক্তি, মাউণ্ট এভাৰেষ্টত কৰিলে ফেশ্বন শ্ব’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.