• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

4 years ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

28 minutes ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

52 minutes ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

1 hour ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

2 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

3 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

3 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

17 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

19 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

19 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

editor by editor
September 5, 2022
in ভাৰত, স্বাস্থ্য
0
জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন
0
SHARES
42k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী মহিলাৰ জৰায়ুৰ পৰা ফুটবল আকাৰৰ এটা বৃহৎ চিষ্ট অস্ত্ৰোপচাৰৰ কৰি আঁতৰাই দিয়া হৈছে৷ মহিলাগৰাকীৰ বয়স ৪৮ বছৰ আৰু তেওঁ মুম্বাইৰ বাসিন্দা। মুম্বাইৰে এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ চিষ্টৰ আঁতৰাই পেলোৱা হয়।

মহিলা গৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ শৰীৰৰ ওজন বাঢ়ি যোৱাৰ লগতে পেটটোও ফুলি গৈছিল৷ মহিলাগৰাকীয়ে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ ব্যায়ামৰ পৰা আৰম্ভ কৰি খোৱা-বোৱাৰ সকলো নিয়ম মানি চলিবলৈ ধৰিলে যদিও কোনো ফল ধৰা নাছিল৷

উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে শেষত চিকিৎসকৰ কাষ চাপে৷ চিকিৎসকে চিকিৎসা আৰম্ভ কৰাৰ পাছতে মহিলাগৰাকীৰ ওজন বৃদ্ধিৰ প্ৰকৃত ৰহস্য ওলাই পৰিল। মহিলাগৰাকীৰ আল্ট্ৰাছ’নোগ্ৰাফী কৰোতে জৰায়ুত এটা বৃহৎ আকাৰৰ চিষ্ট ধৰা পৰিল। চিকিৎসকে কয় যে সেই চিষ্টটোত অসংখ্য ফাইব্ৰইডৰো জন্ম হৈছিল।

লগতে পঢ়ক আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

চাৰি মাহ ধৰি তীব্ৰ শাৰীৰিক অস্বস্তিৰ মাজেৰে পাৰ কৰা বুলি চিকিৎসকসকলক জনাইছিল ৰোগীগৰাকীয়ে। সাধাৰণতে চিষ্টে ঋতুস্ৰাৱত প্ৰভাৱ পেলায়।

ইয়াৰ ফলত বহুতৰে মাহেকীয়া অনিয়মীয়া হয়, লগতে তীব্ৰ বিষো অনুভৱ কৰে। কেতিয়াবা দুই-তিনি মাহৰ মূৰে মূৰে ঋতুস্ৰাৱ হয়। ইয়াৰ ব্যৱধান বাঢ়ি যোৱাও দেখা যায়।

কিন্তু মহিলাগৰাকীয়ে তেওঁৰ ক্ষেত্ৰত এনে একো হোৱা নাছিল বুলি প্ৰকাশ কৰিছে। তেওঁৰ ঋতুস্ৰাৱ স্বাভাৱিক হৈয়ে আছিল। এই ঘটনাত চিকিৎসকসকলো আচৰিত হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি অস্ত্ৰোপচাৰৰ পিছত মহিলাগৰাকী বৰ্তমান সুস্থ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assamcystwoman’s uterus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Next Post
কাজিয়া! প্ৰচণ্ড মাৰপিট!  আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

কাজিয়া! প্ৰচণ্ড মাৰপিট! আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.