• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

9 minutes ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

11 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

12 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

12 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

13 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

13 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

15 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

15 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

16 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

17 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

17 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

editor by editor
September 5, 2022
in অসম, চিনেমা, বিশ্ব
0
অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’
0
SHARES
464
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপৰ শেহতীয়া চুটি ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ (দ্য হৰ্চ ফ্ৰম হেভেন)এ একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ, অস্কাৰৰ শ্ৰেষ্ঠ লাইভ একচন চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে।

ভাৰতীয় প্ৰতিযোগিতা শাখাত শেহতীয়াকৈ সমাপ্ত হোৱা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ ২০২২-ত এই চুটি ছবিখনে শীৰ্ষ পুৰস্কাৰ লাভ কৰাৰ পিছত এই যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ হৈছে ভাৰতত অনুষ্ঠিত হোৱা একাডেমী বঁটা যোগ্যতা অৰ্জনকাৰী চুটি চলচ্চিত্ৰ এটা মহোৎসৱ।

মহৰ্ষি তুহিন কাশ্যপৰ নিজা কাহিনীৰে পৰিচালিত ১৫ মিনিটৰ চুটি চলচ্চিত্ৰখনৰ কাহিনী হৈছে ওজাপালিৰ সৈতে জড়িত এজন ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত যিয়ে ভাবে যে তেওঁৰ ওচৰতহে পৃথিৱীৰ দ্ৰুততম ঘোঁৰাটো আছে, যিটোৱে চহৰখনৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতাত জয় হ’ব৷ কিন্তু পৰিহাসৰ কথাটো হৈছে যে তেওঁ যিটোক পৃথিৱীৰে দ্ৰুততম ঘোঁৰা বুলি ভাবিছে সেইটো আচলতে ঘোঁৰাৰ পৰিৱৰ্তে এটা গাধহে। অতিবাস্তৱবাদ আৰু ডাঠ হাস্যৰসৰ ছাঁ লৈ, চলচ্চিত্ৰখনত ওজাপালিৰ ৰূপটো চলচ্চিত্ৰগতভাৱে অনুবাদ কৰাৰ এক আনুষ্ঠানিক প্ৰয়াস কৰা হৈছে।

 

লগতে পঢ়ক কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

অসমৰ প্ৰবীণ অভিনেতা অতুল পাচানীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনৰ দৃশ্য গ্ৰহণ অৰ্ণব লাহাৰ আৰু পুলকিত ফিলিপ তথা অৰ্ণব বৰা আৰু সোমনাথ গোঁহাইৰ ।

‘দ্য হৰ্চ ফ্ৰম হেভেন’ ইয়াৰ পূৰ্বে সন্মানীয় কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ আৰু হিমালয় চলচ্চিত্ৰ মহোৎসৱ ২০২১ ৰ বাবেও নিৰ্বাচিত হৈছিল।

নীলাঞ্জনা ৰুদ্ৰেৰ প্ৰযোজনাৰ  চুটি ছবিখনৰ কলা পৰিচালনা বিপিন ৰোহিল্লাৰ আৰু ধ্বনি মিশ্ৰণ অৰ্চিছমান মুখাৰ্জীৰ। আনহাতে মহাক গুপ্তাই ছবিখনৰ ৰংবিদ হিচাপে কাম কৰিছিল। ছবিখনত অতুল পাচনিৰ লগতে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ চেটাৰ্জী আৰু সনাতন কৰ্মকাৰে অভিনয় কৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamOscarThe Horse from Heaven
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!
বিনোদন

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

October 20, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
Next Post
জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

কাজিয়া! প্ৰচণ্ড মাৰপিট!  আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

কাজিয়া! প্ৰচণ্ড মাৰপিট! আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.