• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

4 years ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

5 minutes ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

1 hour ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

2 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

2 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

3 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

3 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

4 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

6 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

7 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

8 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

editor by editor
September 5, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা। সেয়ে স্বামীগৃহই পৰিত্যাগ কৰিলে নৱপৰিণীতাক। ৰাজস্থানৰ ভিলৱাৰা জিলাত সংঘটিত হৈছে এই ঘটনা।

স্বামী গৃহই কেৱল নৱবিবাহিতাক পৰিত্যাগ কৰাতে ক্ষান্ত নাথাকিল, ঘটনাৰ সন্দৰ্ভত পঞ্চায়তত বিচাৰো চলিল! পঞ্চায়ত আদালতে নৱবিবাহিতাগৰাকী আৰু পৰিয়ালক ১০ লাখ টকা জৰিমনা বিহিলে। অৰ্থাৎ সতীত্বৰ প্ৰমাণত ব্যৰ্থ হোৱাৰ বাবেই নৱবিবাহিতাই সন্মুখীন হ’ল ১০ লাখ টকাৰ জৰিমনাৰ৷

স্বামীৰ পৰিয়ালৰ লোকে জৰিমনাৰ ধন লাভ নকৰাত নৱবিবাহিতা আৰু তেওঁৰ পৰিয়ালৰক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালে জোঁৱায়েক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক ৰীল নিৰ্মাণ কৰিবলৈ গৈ ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক, চিকিৎসালয়ত ভর্তি

থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আয়ুব খানে জনোৱা মতে, যোৱা ১১ মে’ত ভিলৱাৰা নিবাসী ২৪ বছৰীয়া কিশোৰীগৰাকীৰ বিবাহ হৈছিল। বিয়াৰ পিছত ৰাজস্থানৰ এটা বিশেষ সম্প্ৰদায়ৰ ‘কুকড়ী’ প্ৰথা অনুসৰি নৱবিবাহিতাৰ কুমাৰীত্ব পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত নৱবিবাহিতাই উত্তীৰ্ণ হ’ব নোৱাৰিলে। ইয়াৰ পাছতে নৱবিবাহিতাৰ বিৰুদ্ধে পঞ্চায়তৰ বিচাৰ পাতি  আৰ্থিক দণ্ড বিহা হয়৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

এই কুকড়ী পৰম্পৰা কি?

ৰাজস্থানৰ এটা বিশেষ সম্প্ৰদায়ৰ মাজত এই প্ৰথা প্ৰচলিত। এই প্ৰথাৰ মতে বিয়াৰ প্ৰথম নিশা স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ পিছত বগা বিচনা চাদৰত কইনাৰ যোনীৰে নিৰ্গত তেজৰ দাগ পৰিব লাগিব৷ অৰ্থাৎ বগা বিচনা চাদৰত তেজৰ ৰঙা দাগ পালে তেওঁক কুমাৰী বুলি গ্ৰহণ কৰা হয়। আৰু কেৱল সেয়াই নহয়, সেই চাদৰখন সমাজৰ আন পাঁচজন মানুহৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। এইদৰে এগৰাকী নৱবিবাহিতাই নিজৰ কুমাৰীত্ব প্ৰমাণ কৰিব নোৱাৰিলে তেওঁৰ পৰিয়ালৰ লোকৰ পৰা অধিক যৌতুক সংগ্ৰহ কৰা হয়।

লগতে পঢ়ক মেঘালয়ত অসমৰ শিল্পীৰ পৰা ধন লুট তিনি দুৰ্বৃত্তৰ, আৰক্ষী থানাত এজাহাৰ দাখিল

আৰক্ষীৰ তদন্ত অনুসৰি চুবুৰীটোৰ এজন যুৱকে বিয়াৰ পূৰ্বে যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল। এই কথা জানিব পাৰি স্বামী আৰু শাহুৱেকে নৱবিবাহিতাক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ইয়াৰ পিছতে বাগুৰৰ ভাদু মাতা মন্দিৰত স্বামীৰ পৰিয়ালে এখন পঞ্চায়ত আহ্বান কৰে।

যোৱা ১৮ মে’ত অনুষ্ঠিত পঞ্চায়ত বৈঠকত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, ধৰ্ষণ সন্দৰ্ভত ইতিমধ্যে সুভাষনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ৩১ মে’ত পুনৰ অনুষ্ঠিত হয় পঞ্চায়ত সভা। সেইদিনাই কুকড়ী প্ৰথাৰ নামত যুৱতীগৰাকীক ১০ লাখ টকা জৰিমনা বিহা হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamrajasthan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা
অসম

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

July 29, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক
জীৱনশৈলী

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

July 29, 2026
Next Post
আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.