• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটা পৰিয়ালৰে ৭০ বছৰীয়া সম্পৰ্ক কিয় যতি পৰিল? কোন আছিল চাইৰাছ মিষ্ট্ৰী?

টাটা পৰিয়ালৰে ৭০ বছৰীয়া সম্পৰ্ক কিয় যতি পৰিল? কোন আছিল চাইৰাছ মিষ্ট্ৰী?

4 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

6 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

7 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

8 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

8 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

9 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

9 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

10 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

11 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

12 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

13 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

13 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

টাটা পৰিয়ালৰে ৭০ বছৰীয়া সম্পৰ্ক কিয় যতি পৰিল? কোন আছিল চাইৰাছ মিষ্ট্ৰী?

editor by editor
September 5, 2022
in বাণিজ্য, ভাৰত
0
টাটা পৰিয়ালৰে ৭০ বছৰীয়া সম্পৰ্ক কিয় যতি পৰিল? কোন আছিল চাইৰাছ মিষ্ট্ৰী?
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাইৰাছ পালোনজি মিষ্ট্ৰী। ৰতন টাটাৰ একালৰ উত্তৰাধিকাৰী। বয়স মাত্ৰ ৫৪ বছৰ। ধুমুহাৰ গতিৰে উত্থান ঘটা চাইৰাছৰ গমনো যেন হঠাতে ঘটিল। দেওবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত মহাৰাষ্ট্ৰৰ পালঘৰৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছৰ। তাৰ লগতে কৰ্পৰেট জগতৰ এটা অধ্যায়ৰ যৱনিকা পৰিল। চাইৰাছ মিষ্ট্ৰী কোন?

উপাধিটোত কোনো টাটা নাই। কিন্তু চাইৰাছ হৈছে দ্বিতীয়জন ব্যক্তি যিয়ে এসময়ত ‘টাটা’ উপাধি অবিহনেও টাটা পৰিয়ালৰ ব্যৱসায় পৰিচালনা কৰিছিল টাটা গ্ৰুপৰ ষষ্ঠ অধ্যক্ষ হিচাপে। এই ক্ষেত্ৰত চাইৰাছতকৈ আগবাঢ়ি আছে নাওৰোজী ছাক্লটৱালা। ১৯৩২ চনৰ পৰা ১৯৩৮ চনলৈকে তেওঁ গোটটোৰ তৃতীয় অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৮ চনৰ ৪ জুলাইত তদানীন্তন বোম্বে প্ৰেচিডেন্সিৰ এটা পাৰ্চী পৰিয়ালত চাইৰাছৰ জন্ম হৈছিল। মাতৃ পেট্ ছি পেৰিন ডুবাছ আছিল আইৰিছ। পিতৃ পালোঞ্জী মিষ্ট্ৰীয়েও পিছলৈ আইৰিছ নাগৰিকত্ব লাভ কৰে। চাইৰাছৰ ভাতৃ সাপুৰ মিষ্ট্ৰীয়েও সেই পথ বাছি লৈছিল। কিন্তু চাইৰাছে সেই পথ নল’লে।

চাইৰাছ পৰিয়ালৰ বহুতেই অন্য কেৰিয়াৰৰ সলনি ব্যৱসায়কে বাছি লৈছিল। ১৯৩০ চনত চাইৰাছৰ ককাক সাপুৰজী মিষ্ট্ৰীয়ে টাটা চন্সৰ কিছু মালিকীস্বত্ব গ্ৰহণ কৰিছিল। চাইৰাছৰ দেউতাকেও সেই ব্যৱসায়কে চম্ভালি ল’লে। সেই বাটেৰেই চাইৰাছো আগবাঢ়িল।

স্কুলীয়া শিক্ষা সাং কৰি চাইৰাছ লণ্ডনলৈ গুচি যায়। ইম্পেৰিয়েল কলেজ লণ্ডনত উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত লণ্ডন বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাতেই চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰি লণ্ডন বিজনেছ স্কুলত অধ্যয়ন আৰম্ভ কৰে। তাতে পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টত ইণ্টাৰনেশ্যনেল এক্সিকিউটিভৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

লগতে পঢ়ক মেঘালয়ত অসমৰ শিল্পীৰ পৰা ধন লুট তিনি দুৰ্বৃত্তৰ, আৰক্ষী থানাত এজাহাৰ দাখিল

বিদেশৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত চাইৰছে পৰিয়ালৰ ব্যৱসায়ত লাগিল। এইবাৰ তেওঁ সাপুৰী পল্লোঞ্জী এণ্ড কোম্পানী লিমিটেডৰ সৈতে জড়িত হৈ পৰে। ১৯৯১ চনত চাইৰাছে সংস্থাটোৰ পৰিচালক হিচাপে নিয়োজিত হয়। সেই কোম্পানীটো আছিল সাপুৰজী পল্লোঞ্জী গ্ৰুপৰ অংশ।

এইদৰেই পৰিয়ালৰ ব্যৱসায় পৰিচালকৰ পৰা দেশৰ এটা সন্মানীয় কোম্পানীৰ অধ্যক্ষলৈ চাইৰাছৰ উত্থান ঘটে। ২০১৩ চনত ব্ৰিটিছ সাপ্তাহিক দ্য ইকনমিষ্টৰ এক প্ৰতিবেদনত চাইৰাছক ব্ৰিটেইন আৰু ভাৰত উভয়ৰে আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্যোগপতি হিচাপে অভিহিত কৰা হয়।

দৰাচলতে টাটা পৰিয়ালৰ সৈতে সাপুৰজী পল্লোঞ্জীৰ সম্পৰ্ক আছিল ৭০ বছৰ পুৰণি। ২০০৬ চনৰ ১ ছেপ্টেম্বৰত চাইৰাছে টাটা চন্সৰ ব’ৰ্ডত যোগদান কৰে। তাৰ এবছৰ আগতে চাইৰাছৰ দেউতাকে ইয়াৰ পৰা অৱসৰ লৈছিল।

মিষ্ট্ৰীৰ টাটা পৰিয়ালৰ সৈতে কেৱল ব্যৱসায়িক সম্পৰ্কহে যে আছিল, সেইটো নহয়। তেওঁঁলোকৰ পাৰিবাৰিক সম্পৰ্কও গঢ়ি উঠিছিল। পাল্লনজী মিষ্ট্ৰীৰ কন্যা আৰু চাইৰাছৰ ভগ্নী আলু মিষ্ট্ৰীয়ে ৰতন টাটাৰ সতীয়া ভাতৃ নোৱেল মিষ্ট্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ব্যৱসায়িক তিক্ততাই অৱশ্যে সেই সকলোবোৰ সম্পৰ্ককে বিঘ্নিত কৰিছিল।

চাইৰাছ টাটা গোটৰ কেইবাটাও সংগঠনৰ সৈতে জড়িত আছিল। টাটা এলেক্সি লিমিটেড বা টাটা পাৱাৰ কোম্পানীৰ পৰিচালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯০ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২০০৯ চনৰ ২৬ ছেপ্টেম্বৰলৈকে চাইৰাছে আছিল টাটা এলেক্সি লিমিটেডত। আৰু ২০০৬ চনৰ ১৮ ছেপ্টেম্বৰলৈকে পিছৰ সংগঠনটোত কাৰ্যভাৰ গ্ৰহণ কৰি ২০১৩ চনত টাটা চন্সৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক বেকাৰিত্বত হতাশ যুৱক! মাতৃকো ৰেহাই নিদিলে হতাশাগ্ৰস্ত যুৱকে! কি কাণ্ড সংঘটিত কৰিলে?

সেই সময়ত তেওঁৰ কান্ধত টাটাসকলৰ বিভিন্ন প্ৰতিষ্ঠানৰ অতিৰিক্ত দায়িত্বও আছিল। ইয়াৰ ভিতৰত আছিল টাটা ষ্টীল, টাটা মটৰছ, টাটা কনছালটেন্সি চাৰ্ভিচেছ, টাটা পাৱাৰ, টাটা টেলিচাৰ্ভিচেছ, ইণ্ডিয়ান হোটেল, টাটা গ্ল’বেল বেভাৰেজ আৰু টাটা কেমিকেলছৰ দৰে কোম্পানী।

টাটা পৰিয়ালৰ সৈতে চাইৰাছৰ মধুৰ সম্পৰ্ক গঢ়ি উঠে। ২০১২ চনত ৰতন টাটাৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছিল চাইৰাছ। টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল চাইৰাছক।

চাৰি বছৰ টাটা গ্ৰুপৰ অধ্যক্ষ হৈ থকাৰ পিছত হঠাতে চাইৰাছৰ টাটাৰে গ্ৰুপেৰে সম্পৰ্ক বিঘ্নিত ঘটিল। ২০১৬ চনৰ ২৪ অক্টোবৰত টাটা চন্সৰ ব’ৰ্ডে চাইৰাছক নিজৰ পদৰ পৰা অপসাৰণ কৰে। ৰতন টাটাৰ ঘনিষ্ঠ বুলি জনাজাত নটৰাজন চন্দ্ৰশেকৰণক সেই পদত নিযুক্তি দিয়া হৈছিল।

এই ঘটনাৰ পৰাই আৰম্ভ হৈছিল আইনী যুদ্ধ। যি উচ্চতম ন্যায়ালয়ৰ মজিয়াও পায়গৈ। যাৰ বাবে টাটা আৰু মিষ্ট্ৰীৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিল।

টাটা পৰিয়ালৰ সৈতে মিষ্ট্ৰীৰ ব্যৱসায়িক সম্পৰ্কটো চালে কি লক্ষ্য কৰা হয়? টাটা গ্ৰুপৰ হোল্ডিং কোম্পানী টাটা চন্সৰ ১৮.৩৭ শতাংশ (যিটো এতিয়া ১৮.৫ শতাংশ) অংশীদাৰিত্ব আছিল সাপুৰজী পাল্লোঞ্জী গ্ৰুপ (এছ পি গ্ৰুপ)ৰ হাতত। যাৰ প্ৰমোটাৰ আছিল চাইৰাছ মিষ্ট্ৰীৰ পৰিয়াল। দৰাচলতে টাটা সকলৰ বাহিৰেও টাটা চন্সৰ সৰ্বাধিক শ্বেয়াৰহোল্ডিং আছিল এছ পি গ্ৰুপটোৰ।

লগতে পঢ়ক চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?

কিন্তু টাটা চন্সৰ পৰা চাইৰাছক বহিষ্কাৰ কৰাৰ পিছতে টাটা-মিষ্ট্ৰীৰ সম্পৰ্ক অতি সোনকালেই টেঙা হৈ পৰিল। ই ক্ৰমাৎ আইনী যুদ্ধলৈ পৰিণত হ’ল। চাইৰাছৰ পৰিয়ালে টাটা পৰিয়ালক সংখ্যালঘু শ্বেয়াৰহোল্ডাৰক দমন কৰা আৰু টাটা চন্সৰ অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰে। আৰু চাইৰাছক অপসাৰণ কৰাৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

ক’ৰ্পৰেট ইতিহাসৰ অন্যতম তিক্ত আৰু দীঘলীয়া যুদ্ধৰ পিছত অৱশেষত উচ্চতম ন্যায়ালয়ত টাটা গোটটোৱে জয়লাভ কৰে। ২০১৬ চনত এনচিএলএটিয়ে টাটা চন্সৰ অধ্যক্ষ হিচাপে হঠাতে চাইৰাছক অপসাৰণ কৰাটো দমনমূলক বুলি অভিহিত কৰিছিল। কিন্তু ২০২১ চনত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে টাটা গ্ৰুপৰ সিদ্ধান্তই সঠিক আছিল।

মুখ্য ন্যায়াধীশ এছ এ ববডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰহ্মণ্যৰ বিচাৰপীঠেও চাইৰাছক টাটা চন্সৰ অধ্যক্ষ হিচাপে পুনৰ নিযুক্তি দিয়াৰ বাবে এনচিএলএটিৰ নিৰ্দেশ খাৰিজ কৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCyrus Mistryratan tataTATA groupTATA GROUP OF INDUSTRIES
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক
বাণিজ্য

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

May 23, 2026
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?
বাণিজ্য

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

May 23, 2026
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন
জীৱনশৈলী

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

May 23, 2026
Next Post
কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.