• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে

যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে

4 months ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

37 minutes ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

1 hour ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

1 hour ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

2 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

3 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

3 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

4 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

17 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

18 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

19 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে

যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে

editor by editor
December 6, 2025
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিগো বিভ্ৰাট দূৰ কৰিবলৈ শুকুৰবাৰে পাইলট আৰু বিমানকৰ্মীসকলৰ বাবে থকা নিৰ্দিষ্ট শ্ৰমবিধি আংশিক শিথিল কৰিছে কেন্দ্ৰই৷ কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন তুলিছে পাইলটসকলৰ একাংশ সংগঠনে৷ এয়াৰলাইন্স পাইলটছ এছোচিয়েছন নামৰ সেই সংগঠনে প্রশ্ন তুলিছে যে কিয় কেৱল ইণ্ডিগোৰ সুবিধা কৰি দিবৰ বাবেই নিয়মবিধি শিথিল কৰা হ’ব? ইয়াৰ ফলত লাখ লাখ যাত্ৰীৰ জীৱনলৈ সংকটো আহিব পাৰে বুলি দাবী কৰিছে সেই সংগঠনে৷

উল্লেখ্য যে পাইলটসকলৰ এই সংগঠনৰ অভিযোগ কৰিছে যে বিধি শিথিল কৰিবলৈ কেন্দ্ৰক বাধ্য কৰাৰ কৌশল গ্ৰহণ কৰিছিল ইণ্ডিগোই৷ সেই কাৰণেই বিমান পৰিসেৱা ব্যাহত হলেও ইণ্ডিগোই কোনো কাৰ্যকৰ পদক্ষেপ লোৱা নাই বুলি দাবী কৰিছে তেওঁলোকে৷

ইণ্ডিগোৰ বিমান পৰিসেৱা ব্যাহত হোৱাৰ নেপথ্যত আছে কেন্দ্ৰৰ এক বিধি৷ ফ্লাইট ডিউটি টাইম লিমিটেছনছ নামৰ সেই বিধিত কোৱা হৈছিল প্ৰতি সপ্তাহত পাইলট আৰু বিমানকৰ্মীসকলৰ বিশ্ৰামৰ বাবে ৪৮ ঘণ্টা সময় দিব লাগিব৷ প্ৰতি সপ্তাহত মাত্ৰ ২খন বিমান নিশা অৱতৰণ কৰাব পাৰিব এজন পাইলটে৷ ইয়াৰোপৰি এই বিধিত কোৱা হয়, পাইলট আৰু বিমানকৰ্মীসকলক দুদিন নাইট ডিউটি দিব পাৰিব৷ ২০২৪চনৰ জুনত এই বিধি কাৰ্যকৰ কৰাৰ কথা আছিল৷ কিন্তু বিমানসংস্থাসমূহৰ অনুৰোধত সেয়া বাৰে বাৰে পিছুৱাই যায়৷

সম্প্ৰতি নতুন বিধি কাৰ্যকৰ কৰাৰ বাবে ডিজিচিএক নিৰ্দেশ দিয়ে দিল্লী হাইকৰ্টে৷ জুন আৰু নৱেম্বৰত দুই দফাত ধাপে ধাপে এই নিৰ্দেশিকাত থকা নিয়মাৱলি কাৰ্যকৰ কৰাৰ পথত আগুৱাইছিল ডিজিচিএ৷ নতুন বিধি কাৰ্যকৰ হওঁতেই কৰ্মীসংকট পৰিসেৱা বিঘ্নিত হয় ইণ্ডিগোৰ৷ অভিযোগ যে অন্য বিমানসংস্থাসমূহে এই বিধিৰ কথা মূৰত ৰাখি কৰ্মী আৰু পাইলট নিয়োগ কৰিলেও ইণ্ডিগোৱে তেনে কোনো কামেই নকৰিলে৷ অন্য সংস্থাৰ পৰা কৰ্মী নিয়োগৰ দুৱাৰো বন্ধ কৰি দিছিল ইণ্ডিগোই৷

পূৰ্বৰ নিৰ্দেশিকাত কোৱা হৈছিল যে পাইলট বা বিমানচালকে লোৱা ছুটিক সাপ্তাহিক বিশ্ৰামৰ যি নিৰ্দিষ্ট সময়সীমা, তাৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰিব৷ অৰ্থাৎ পাইলটে আগন্তুক ছুটি লওক বা নলওক সপ্তাহত ৪৮ ঘণ্টাৰ বিশ্ৰাম দিব লাগিব তেওঁলোকক৷ শুকুৰবাৰে এই নিয়মেই শিথিল কৰিছে দেশৰ উৰান নিয়ন্ত্ৰক সংস্থা ডিজিচিএ৷ কোৱা হয় পাইলটে ছুটীৰ সময়সীমাও সেই ৪৮ ঘণ্টাৰ মাজত অন্তৰ্ভুক্ত কৰা যাব৷ সমস্যা মোকাবিলাত পাইলটসকলৰ সহযোগিতা বিচৰা হৈছে৷

দিল্লী হাইকৰ্টৰ নিৰ্দেশৰ পাছত কিয় এই বিধি শিথিল কৰা হৈছে সেই লৈয়ো প্ৰশ্ন তুলিছে পাইলটৰ সেই সংগঠনে৷ শুকুৰবাৰে নিশা তেওঁলোকৰ তৰফৰ পৰা এক বিবৃতি দি কোৱা হৈছে যে-পাইলটে যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মূৰত ৰাখি আদালতৰ নিৰ্দেশক মান্যতা দিয়াৰ বাবে মন্ত্ৰকৰ ওচৰত আৰ্জি জনাইছো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.